নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

ASSAM POLICE

ইফতাৰ দি জনৰোষত মাজুলীৰ গোৱালগাঁৱৰ পৰিয়ালঃ অনাকাংক্ষিত ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ মাজুলী গোৱালগাঁৱৰ নিৱাসী বিপুল বৰুৱাৰ ঘৰত যোৱা ২৫ এপ্রিলত গৃহ নির্মাণ কৰি থকা এজন ইছলাম ধর্মাৱলম্বী লোকক ইফতাৰ কৰোৱা ঘটনাই এতিয়াও ছ’চিয়েল মিডিয়াত তীব্র বির্তকৰ সৃষ্টি কৰিছে৷ এখন চেলেং চাদৰ মাটিত পাৰি ইফতাৰ কৰোৱা…

স্বাস্থ্য কর্মীৰ দৰে কর্তব্যৰত অসম আৰক্ষীয়েও পৰিধান কৰিব পিপিই কীট

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ বঙাইগাঁৱৰ নিকটৱর্তী ছাপাগুৰিত থকা হোটেল চিগনেট পার্কত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ শুকুৰবাৰে নামনি অসমৰ ছয়খন জিলাৰ আৰক্ষী অধীক্ষকৰে ক’ৰোনা ভাইৰাছৰ প্রতিৰোধ আৰু সুৰক্ষা সম্পর্কে গুৰুত্বপূর্ণ বৈঠক…

গোলাঘাটত নাহৰফুটুকী নৃশংসভাৱে হত্যা কৰা ৪ হত্যাকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ গোলাঘাটত নাহৰফুটুকী নৃশংসভাৱে হত্যা কৰা ৪ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । ১৮ এপ্ৰিলত জিলাখনৰ আহোমগাঁৱৰ ৪ দুৰ্বৃত্তই হত্যা কৰিছিল এটা নাহৰফুটুকী বাঘ। ইপিনে নাহৰফুটুকীটো হত্যা কৰি শৰীৰৰ বিভিন্ন অংশ কাটি ভাগ কৰিছিল…

হোজাইত মাস্ক ব্যৱহাৰ নকৰা ২২ জনক আটক

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ হোজাইত মাস্ক ব্যৱহাৰ নকৰি ওলাই অহাৰ অভিযোগত বৃহস্পতিবাৰে আৰক্ষীয়ে ২২ জন যুৱকক আটক কৰে । আজি হোজাই জিলাৰ ডবকাত পুৱাৰ ভাগত আটক কৰিছিল এই যুৱককেইজনক । হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চুমন চক্ৰৱৰ্তীয়ে আটক কৰা…

২৭ দিনত মহানগৰীত ৭ সহস্রাধিক বাহন জব্দ, গ্রেপ্তাৰ ১২৮

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ বিশ্বজুৰি মহামাৰী ৰূপ লোৱা ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ নীতি–নির্দেশনা কিছু কিছু ক্ষেত্রত আজিৰে পৰা শিথিল কৰা হৈছে৷ লকডাউনৰ শিথিলতাৰ সুযোগ লৈ একাংশ লোকে লকডাউন উলংঘাৰে…

সাহায্য টোপোলাত ৰাহুল গান্ধীঃ সাহায্য বিতৰণক লৈ নিকৃষ্ট ৰাজনীতি ৰকিবুল হুছেইনৰ

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে এতিয়া দেশত লকডাউন চলি আছে । সকলো বন্ধ হৈ পৰাত বহুলোক খাদ্য সংকটত ভুগিছে । পিচে লকডাউনৰ সময়ত আৰ্তজনৰ কাষত থিয় হৈয়ো ৰাজনীতি কৰিবলৈ এৰি নিদিলে এগৰাকী কংগ্ৰছী নেতাই । সাহায্য বিতৰণক লৈ…

ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰি গ্ৰেপ্তাৰ হোৱাসকলৰ ফটোসহ নাম প্ৰকাশ অসম আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ছ'চিয়েল মিডিয়াত ক'ৰোনা ভাইৰাছক লৈ অপপ্ৰচাৰৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰা লোকৰ ওপৰত কঠোৰ হৈ পৰিছে অসম আৰক্ষী । শেহতীয়াকৈ যিসকল লোকক অপপ্ৰচাৰৰ লগতে সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত আসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল,…

ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ সেনা জোৱান

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ বুধবাৰে বিশ্বনাথৰ গৰেহাগি গাঁৱত গ্ৰেপ্তাৰ কৰা হয় এগৰাকী সেনা জোৱানক । ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰি আৰক্ষীৰ জালত পৰে সেনা জোৱানজন । ধৃত সেনা জোৱানজনৰ নাম অমল দাস । বিশ্বনাথ আৰক্ষীয়ে জনোৱা অনুসৰি, অমল দাস…

জৰুৰী বাৰ্তাঃ আত্মগোপন কৰি থকা জামাতীলৈ শেষ সকীয়নি অসম আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ আত্মগোপন কৰি থকা জামাতীলৈ শেষ সকীয়নি প্ৰদান কৰি মঙলবাৰৰ ভিতৰত আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ অসম আৰক্ষীৰ । দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত উপস্থিত থকা অথবা ক'ৰোনাত আক্ৰান্ত অন্যান্য ৰাজ্য বা দেশৰ পৰা অসমলৈ অহা লোকসকলক ৭…

নগাঁও, হোজাইত ক’ৰোনা সম্পৰ্কে জিলা প্ৰশাসনৰে পৰ্যালোচনাত মিলিত মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ক'ৰোনা ভাইৰাছৰ পৰিস্থিতিৰ বুজ ল'বলৈ সোমবাৰে নগাঁৱত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নগাঁৱত উপস্থিত হৈ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইপিনে নগাঁৱৰ ভোগেশ্বৰী ফুকননী…