মাজুলী ত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱাল-দিলীপ শইকীয়াৰ
বিশেষ বাৰ্তা, ২৫ এপ্ৰিল : শাসকীয় দল বিজেপি ৰ নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত। সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মাজুলী সমষ্টিত শাসকীয় দলৰ লগতে বিৰোধী দলৰ নেতাসকলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে ৷ ২৪ এপ্ৰিলৰ ৰাতি মাজুলীত বাহৰ পতা বিজেপি দলৰ…