নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

CM Sarbananda Sonowal

কাইলৈৰ পৰা খুলিব চৰকাৰী কার্যালয়ঃ মাস্ক পিন্ধাটো বাধ্যতামূলক

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ দেশত দ্বিতীয় পর্যায়ৰ লকডাউন চলি থকাৰ মাজতে ৰেড জ’ন হিচাপে চিহ্ণিত নোহোৱা অঞ্চলসমূহত আজিৰ দিনটোৰ পাছত লকডাউন কিছু শিথিল কৰাৰ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় চৰকাৰৰ আর্হিত ৰাজ্য চৰকাৰেও অসমত লকডাউনৰ…

ৰঙালী বিহু আৰু অসমীয়া নবৱৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ এই…

ক’ৰোনা সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ সৰ্বদলীয় বৈঠক

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ক'ৰোনা সন্দৰ্ভত আজি অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ সৰ্বদলীয় বৈঠক । এই বৈঠকত সকলো দলকে উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে । দিনৰ ১১ বজাত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকখন খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব…

ক’ৰোনা প্ৰতিৰোধত ধৰ্মীয় অনুষ্ঠানৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ৰাজ্যত ক'ৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীসকলৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অসম প্ৰদাধিকাৰী মহাবিদ্যালয়ত ১৬ টা ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীসকলৰ সৈতে বহা এক বৈঠকত অসমত জাতি-ধৰ্ম ভাষা…

বৰাক উপত্যকাত মুখ্যমন্ত্ৰীঃ “ক’ৰোনা যোদ্ধা” সকলক একেই উদ্যমেৰে কৰ্তব্য পালন কৰি…

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ "আপোনালোকে জানে আমি বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ-ভৈয়ামত বসবাস কৰা সকলো জনসাধাৰণে একত্ৰিত হৈ ক'ৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ২১ দিনীয়া লকডাউনত অসমৰ সকলো জিলাৰ লোকেই নিজক…

নগাঁও, হোজাইত ক’ৰোনা সম্পৰ্কে জিলা প্ৰশাসনৰে পৰ্যালোচনাত মিলিত মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ক'ৰোনা ভাইৰাছৰ পৰিস্থিতিৰ বুজ ল'বলৈ সোমবাৰে নগাঁৱত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নগাঁৱত উপস্থিত হৈ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইপিনে নগাঁৱৰ ভোগেশ্বৰী ফুকননী…

লকডাউনৰ সময়ছোৱাত দশম শ্ৰেণীৰ বাবে ছেবাৰ অনলাইন পাঠদান

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ দেশজুৰি বৃদ্ধি পোৱা ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউনৰ ঘোষণা কৰে । এই লকডাউনৰ সমযছোৱাত সকলো যেন এক প্ৰকাৰৰ স্তব্ধ হৈ পৰে । দেশত চলি থকা এনে এক জটিল…

যোৱা ১০ দিনত ৰাজ্যত কিমানটা লকডাউন অমান্যৰ ঘটনা ? আৰক্ষীয়ে কিমান সংগ্ৰহ কৰিলে জৰিমনা ?

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ক'ৰোনা মহামাৰী সৃষ্টি কৰিব পৰা সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি দেশত ঘোষণা কৰা লকডাউনৰ সময়ত সংঘটিত হৈছে ছয় শতাধিক লকডাউন অমান্যৰ ঘটনা । যোৱা ২৪ মাৰ্চৰ পৰা আজিলৈকে মুঠ ৬৮৫ টা লকডাউন অমান্যৰ ঘটনা সংঘটিত হৈছে ।…

সাৱধানঃ ছ’চিয়েল মিডিয়া যোগে উৰা বাতৰি প্ৰচাৰ কৰা সকলক অসম আৰক্ষীৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ক'ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ হৈ আহিছে । এই ভুৱা বাতৰিসমূহক লৈ আৰক্ষী-প্ৰশাসনে বাৰম্বাৰ সকীয়নি দি আহিছে যদিও বৰ্তমানো একাংশ…

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত মন্ত্ৰী মণ্ডলৰ বৈঠক; ল’লে এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত-

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃসোমবাৰে সন্ধিয়া জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰী মণ্ডলৰ বৈঠকত ৰাজ্যৰ ৭২ লাখ পৰিয়াললৈ বিশেষ পেকেজৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে বিশেষ পেকেজ । যাৰ…