অসমত সোমবাৰে পুৱা ৮ বজালৈকে ‘জনতা কাৰ্ফিউ’ৰ সময়সীমা বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ অসমত 'জনতা কাৰ্ফিউ'ৰ সময়সীমা বৃদ্ধি । সোমবাৰে পুৱা ৮ বজালৈকে বৃদ্ধি কৰা হৈছে এই সময়সীমা ।
উল্লেখ্য যে ২২ মাৰ্চ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে আহ্বান কৰিছিল 'জনতা কাৰ্ফিউ' । কিন্তু সাম্প্ৰাতিক…