নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ ফেব্রুৱাৰীত কলকাতাত অসম ভৱন উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ গড়কাপ্টানী বিভাগে নির্মাণ সম্পূর্ণ কৰা কলকাতাৰ ছল্টলেকস্থিত অসম ভৱনটো ১৬ ফেব্রুৱাৰীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব৷

২০.৬৫ কোটি টকা ব্যয়সাপেক্ষে নির্ধাৰিত সময়ৰ ভিতৰত এই ভৱনটো সম্পূর্ণ কৰা হৈছে বুলি গড়কাপ্টানীমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে৷

You might also like