ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৫ খন মেডিকেল কলেজঃ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১৫ আগষ্টঃ "ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস কেৱল ভাৰতবাসীৰেই নহয়, বিশ্বৰ মানৱ সমাজৰ ইতিহাসৰো এক গৌৰৱোজ্জ্বল অধ্যায় ৷ স্বাধীনতা দিৱসৰ আজিৰ এই পৰম পৱিত্ৰ দিনটোত মৰিগাঁৱত পতাকা উত্তোলন কৰিবলৈ পাই কৃতাৰ্থবোধ কৰিছো ৷"-…