নতুন ৰাষ্ট্রীয় শিক্ষানীতি ৰাজ্যৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আদৰণি
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা নতুন ৰাষ্ট্রীয় শিক্ষানীতিক উষ্ম আদৰণি জনাইছে অসমৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সম্পর্কত তেওঁ কয় যে নতুন শিক্ষানীতিয়ে শিকন আৰু শিক্ষণৰ পৰিৱেশত এক নতুনত্ব আনিব৷ এই নতুন…