নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কাইলৈ ৰামলীলা ময়দানত দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ মহাআয়োজন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ নতুন দিল্লী চৰকাৰৰ শপতগ্ৰহণৰ বাবে অতিথি তালিকা প্ৰকাশ পাইছে। এই অনুষ্ঠানৰ বাবে বিজেপিয়ে বিভিন্ন ৰাজ্যৰ চৰকাৰৰ মুঠ ২০জন উপ-মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ পৰা নাগালেণ্ডলৈকে…

কইনাপক্ষই আগবঢ়োৱা পাঁচ লাখ টকা ওভতাই প্রশংসা বুটলিলে যুৱকে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ আত্মনির্ভৰ ভাৰতত পণ বা যৌতুক প্রথাৰ বলি হ’ব লগা হৈছে যুৱতীসকল৷ কেইদিনমান পূর্বে উত্তৰ প্রদেশৰ ছাহাৰানপুৰত যৌতুকৰ ১০ লাখ টকা আদায় দিব নোৱাৰাৰ অপৰাধত এগৰাকী বোৱাৰীক এইচআইভি সংক্রমিত বেজীৰে খুঁচি দিয়া…

ভাৰতীয় দলৰ খেলুৱৈৰে থাকিব পাৰিব পৰিয়ালৰ সদস্য, বান্ধৱী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ চেম্পিয়নছ ট্ৰফীৰ বাবে বিচিচিআয়ে সলনি কৰিলে নিয়ম৷ প্রতিযোগিতাখনৰ সময়ত পৰিয়ালৰ লোকক খেলুৱৈসকলৰ সৈতে থাকিবলৈ অনুমতি প্রদান কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ অর্থাৎ খেলুৱৈয়ে ইচ্ছা কৰিলে চেম্পিয়নছ…

গৌৰৱৰ বিয়াত সোণৰ আঙঠি-চেইন-ব্রেচলেট উপহাৰ ৰাকেশ পালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত পর্বতসম দুর্নীতিৰ বহু তথ্য অসম আৰক্ষীৰ তদন্তত উন্মোচিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ ৰাকেশ পালৰ কার্যকালত আয়োগত নিযুক্তিৰ নামত সংঘটিত হোৱা বৃহৎ অনিয়মৰ আন কেতবোৰ চাঞ্চল্যকৰ…

সম্পাদকীয় : নগৰৰ সংকট

ভাৰতৰ বিভিন্ন ৰাজ্যৰ নগৰবোৰ দিনক দিনে ডাঙৰ হৈ গৈ আছে আৰু সৰু সৰু নগৰবোৰ ডাঙৰ হৈ গৈ আছে৷ বিশ্ব বেংকে কৰা সমীক্ষা এটা মতে দুবছৰ আগতে ভাৰতৰ নগৰ অঞ্চলৰ জনসংখ্যাৰ হাৰ আছিল বত্রিছ শতাংশ৷ যোৱা বছৰ নিটি আয়োগে কৰা এটা সমীক্ষাভিত্তিক অনুমানত কোৱা…

চেম্পিয়নছ ট্রফীত ভাৰতীয় দলৰ জার্ছীত পাকিস্তানৰ নাম

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ ক্রিকেট বিশ্বত চলিছে চেম্পিয়নছ ট্ৰফীৰ উন্মাদনা৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্ৰফীত অংশগ্রহণ কৰা আটাইকেইটা দলকে নতুন জার্ছীত দেখা যাব৷ প্রতিযোগিতাখনত টীম ইণ্ডিয়াৰ জার্ছীৰ ৰং আৰু ডিজাইন সলনি কৰা…

মহাকুম্ভৰ ভক্তৰ মল-মূত্র, বেক্টেৰিয়াত বিষাক্ত গংগাৰ পানী

📌 কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ প্রতিবেদন নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ মহাকুম্ভত ত্রিবেণী সংগমত ভয়াৱহ প্রদূষণ৷ স্বয়ং কেন্দ্রীয় চৰকাৰৰ তথ্যতেই প্রকাশ পাইছে এই প্রদূষণৰ ভয়াৱহতা৷ বিশ্বৰ সবাতোকৈ বৃহত্তম সমাৱেশ হিচাপে পৰিগণিত…

পিতৃৰ মৃত্যু : ঘৰলৈ উভতিল বলিং প্রশিক্ষক মর্নে মর্কেল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ মাজত মাত্র কেইটামান ঘণ্টা৷ আজিৰে পৰা আৰম্ভ হ’ব বহু প্রতীক্ষিত আইচিচি চেম্পিয়নছ ট্ৰফী৷ প্রতিযোগিতাখনৰ প্রাক্ক্ষণত ভাৰতীয় ক্রিকেট দলটো এক ডাঙৰ বিপদৰ সন্মুখীন হৈছে৷ ডুবাইৰ পৰা ঘৰলৈ উভতি আহিছে টীম ইণ্ডিয়াৰ…

বিহপান কৰি কিশোৰী প্রেমিকা–যুৱক প্রেমিকৰ আত্মহনন

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী : প্ৰেমৰ পৰিণতিত এগৰাকী ১৬ বছৰীয়া কিশোৰী আৰু এজন যুৱকে বিহপান কৰাৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত অঞ্চলত। বিহপান কৰি মৃত্যু ঘটা যুৱকজন হৈছে চামগুৰিৰ শিৱস্থান আৰক্ষী চকীৰ অন্তৰ্গত বৰবালিতুপ…