নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

প্ৰেমিকাৰ অশ্লীল ভিডিঅ’ ভাইৰেল, আত্ম*হত্যা প্ৰেমিকাৰ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : ভেলেন্টাইন ডে'ৰ পূৰ্বে এটা অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে চৰম সিদ্ধান্ত ল'লে এগৰাকী প্ৰেমিকাই। কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ  লালাং তৃতীয় ব্লকৰ মৰাগাং গাঁৱত  সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা। মজুমদাৰ উপাধিৰ…

মেট্ৰিক দিয়াৰ পৰা বঞ্চিত মাজুলীৰ দুই পৰীক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাকক্ষণত মাজুলীৰ দুগৰাকী ছাত্ৰীয়ে এতিয়া জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হবলগীয়া হোৱাৰ ঘটনা সংঘটিত হৈছে।…

মৃত্যুৰে যুঁজিছে ঋষভ পণ্টৰ প্রাণৰক্ষা কৰা যুৱকে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ পথ দুর্ঘটনাত আহত ভাৰতীয় ক্রিকেটাৰ ঋষভ পণ্টৰ জীৱন ৰক্ষা কৰিছিল দুজন যুৱকে৷ পণ্টৰ জীৱন ৰক্ষা কৰা এই দুজন যুৱকৰ এজনে এতিয়া হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে৷ প্রেমিকাৰ সৈতে বিহপান কৰি আত্মহত্যাৰ চেষ্টা…

পেলেষ্টাইনৰ ৱেষ্ট বেংকলৈও গৈছিল গৌৰৱ গগৈ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রীয় নিৰাপত্তাৰে জড়িত চাঞ্চল্যকৰ অভিযোগ উত্থাপনৰ মাজতে যোৰহাটৰ সাংসদ তথা লোকসভাত কংগ্রেছৰ উপ–দলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ লোকসভাত যোৰহাট…

মহাকুম্ভমেলালৈ গৈ মৃত্যুক সাবটিলে জালুকবাৰীৰ যুৱকে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ কুম্ভমেলালৈ গৈ এক পথ দুর্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে জালুকবাৰী থানাৰ অন্তর্গত তেতেলীয়াৰ আনন্দজ্যোতি মহন্ত (৩৪) নামৰ লোক এজনে৷ জানিব পৰা মতে, যোৱা ১১ ফেব্রুৱাৰীৰ দিনা কুম্ভমেলালৈ তেতেলীয়াৰ পৰা এখন ইন’ভা…

বিচিচিআয়ে ভৰিবলগীয়া হৈছিল এক লাখ টকা অতিৰিক্ত মাচুল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ ভাৰতৰ অষ্ট্রেলিয়া ভ্রমণৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ জানিব পৰা মতে, যেতিয়া ভাৰতীয় দলটোৱে ব’ডাৰ–গাভাস্কাৰ ড্রফীত অংশ ল’বলৈ অষ্ট্রেলিয়ালৈ ৰাওনা হৈছিল, তেতিয়া দলটোৰ এজন ক্রিকেটাৰে অতিৰিক্ত লাগেজ কঢ়িয়াহ লৈ…

WPLৰ উদ্বোধনী মেচত ৰোমাঞ্চকৰ জয় আৰচিবিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে মহিলা প্রিমিয়াৰ লীগৰ উদ্বোধনী মেচখনত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছে৷ বদোদৰাত অনুষ্ঠিত মেচখনত বেংগালুৰুৱে গুজৰাট জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে৷ মেচখনত…

চেম্পিয়নছ ট্রফীত চেম্পিয়নে লাভ কৰিব ২০ কোটি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ আৰম্ভ হৈছে আইচিচি চেম্পিয়নছ ট্ৰফীৰ কাউণ্ট ডাউন৷ বুধবাৰৰ পৰা আৰম্ভ হ’ব আইচিচিৰ মেগা প্রতিযোগিতাখন৷ ক্রিকেটপ্রেমীৰ মাজত প্রতিযোগিতাখনক কেন্দ্র কৰি সৃষ্টি হোৱা উন্মাদনাৰ মাজতে আইচিচিয়ে ঘোষণা কৰিছে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ ফেব্রুৱাৰী, ফাগুন মাহৰ ২ তাৰিখ শনিবাৰঃ তিথি– কৃষ্ণা তৃতীয়, নক্ষত্রঃ উত্তৰফাল্গুনী, যাত্রাঃ শুভ মেষঃ পৰিশ্রম অনুপাতে দিনটোত আয় উন্নতি কম হ’ব৷ শত্রুপক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে৷ শাৰীৰিক দিশত অৱশ্যে শান্তি বজাই থাকিব৷ প্রেম আৰু…