২৪ ফেব্রুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণ চূড়ান্ত হ’ল৷ অহা ২৪ ফেব্রুৱাৰীৰ বিয়লি ৫ বজাত প্রধানমন্ত্রী মোদী গুৱাহাটীত উপস্থিত হ’ব আৰু ঝুমুৰৰ সামূহিক নৃত্যত উপস্থিত থাকিব৷ ২৫ ফেব্রুৱাৰীত দিনৰ ১১.৩০ বজাৰ পৰা…