পঢ়ুৱৈৰ ভিৰে ৰজনজনাই থকা ধুবুৰী জিলা গ্ৰন্থাগাৰত এতিয়া নিমাওমাও পৰিৱেশ
ডিজিটেল ডেস্ক, ধুবুৰী, ২০ জুন : স্বাধীনতাৰ পিছত শিক্ষা আৰু জনসাধাৰণৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ লক্ষ্যৰে ১৯৫৬ চনত স্থাপন কৰা হৈছিল ধুবুৰী জিলা গ্ৰন্থাগাৰ। অসমত গঠন কৰা প্ৰথম সাত জিলা গ্ৰন্থাগাৰৰ অন্যতম এই প্ৰতিষ্ঠানটোৱে সাত দশকৰো অধিক…