নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মধ্যপ্ৰদেশৰ যুৱতী চাইকেল চলাই উপস্থিত হ’ল লখিমপুৰত…

ডিজিটেল ডেস্ক, লখিমপুৰ, ২১ জুন : ৰাজস্থানৰ পৰা চাইকেলেৰে আহি আজি লখিমপুৰত উপস্থিত হয় এগৰাকী সাহসী যুৱতী আশা মালব্য। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, পৰ্বতাৰোহী আৰু একক চাইকেল আৰোহী আশা মালব্যই নাৰী শক্তি সবলীকৰণ, দেশভক্তিৰ বাবে এককভাৱে দেশজুৰি…

ধুবুৰীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২১ জুন : সমগ্ৰ দেশ তথা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ধুবুৰীতো দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। সেই উপলক্ষে ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰা শ্ৰীশ্ৰী গুৰু টেগ বাহাদুৰ সাহেবজীত আজি পুৱা যোগ দিৱসৰ বিশেষ…

ইৰানত গায়িকাক ৭৪ চাবুকৰ শাস্তি…

ডিজিটেল ডেস্ক, ২১ জুন : হিজাব নিপিন্ধাৰ অপৰাধত এইবাৰ মধ্যযুগীয় শাস্তি প্রদান কৰা হ’ল ইৰানৰ এগৰাকী গায়িকাক৷ জানিব পৰা মতে, পাৰাস্তু আহমাদি নামৰ গায়িকাগৰাকীক ইতিপূর্বে গ্রেপ্তাৰ কৰা হৈছিল৷ এইবাৰ তেওঁক ৭৪বাৰ চাবুক মৰাৰ শাস্তি দিছে ইৰানৰ…

ইউৰোপৰ ২৭ দেশৰ পর্যটকে ভ্রমণ কৰিব পাৰিব অসম

ডিজিটেল ডেস্ক, ২১ জুন : ৰাজ্যৰ আন্তঃৰাষ্ট্রীয় পর্যটন আৰু গ্রাম্য অর্থনীতিলৈ ইতিবাচক বার্তা কঢ়িয়াই ইউৰোপীয়ান ইউনিয়নে আনুষ্ঠানিকভাৱে প্রত্যাহাৰ কৰিলে দীর্ঘদিনীয়া ভ্রমণৰ নিষেধাজ্ঞা৷ অশান্ত অঞ্চল হিচাপে ইউৰোপীয়ান ইউনিয়নৰ দেশসমূহৰ নাগৰিকসকলক অসম…

গহপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্ধৱ ভৰালী

ডিজিটেল ডেস্ক, ২১ জুন : গহপুৰৰ কলাবাৰীত পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বিশিষ্ট বিজ্ঞানী তথা পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্ধৱ ভৰালী। পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্ধৱ ভৰালীয়ে নিজা ব্যক্তিগত বাহনেৰে লখিমপুৰ পৰা…

তেজপুৰত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত অংশ ল’লে দেশৰ সেনাপ্ৰধানে

ডিজিটেল ডেস্ক, তেজপুৰ, ২১ জুন : সমগ্ৰ বিশ্বৰ লগতে তেজপুৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ভাৰতীয় সেনাই শ'লমৰাস্থিত মেঘনা ষ্টেডিয়ামত দ্বাদশ সংখ্যক যোগ দিৱস পালন কৰে। দেওবাৰে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশৰ সেনাপ্ৰধান জেনেৰেল…

ফিফা বিশ্বকাপ : হাইটিক হৰুৱাই পৰিচিত ছন্দলৈ উভতিল ব্রাজিল

ডিজিটেল ডেস্ক, ২১ জুন : বিশ্বকাপ আহি পোৱাৰ লগে লগে ব্রাজিলক কেন্দ্র কৰি প্রত্যাশা বাঢ়িবলৈ আৰম্ভ কৰে৷ পাঁচবাৰৰ বিশ্ব চেম্পিয়নৰ পৰা কেৱল জয়েই নহয়, অনুৰাগীয়ে বিচাৰে সৌন্দর্য, গতি, ছন্দ আৰু ছাম্বাৰ যাদু৷ চলিত বিশ্বকাপৰ প্রথমখন মেচত মৰক্কোৰ…

২১ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ জুন, আহাৰ মাহৰ ৬ তাৰিখ দেওবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই মেষ : আজি আনৰ প্রতি আঁকোৰগোজ ভাব হ’ব পাৰে৷ কর্মব্যস্ততা বৃদ্ধি পাব৷ সম্পদ লাভৰ যোগ৷ উত্তৰ দিশত যাত্রা কৰিলে ভাল ফল পাব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা…

চিৰাঙত বন্যপ্ৰাণী চোৰাং সৰবৰাহত জড়িত ৯জনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ২০ জুন : দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ওপৰত আন্তৰ্জাতিক চক্ৰৰ কোপদৃষ্টি। চিৰাঙত এছটিএফ আৰু আৰক্ষীৰ যৌথ অভিযানত চিদলী থানাৰ অন্তৰ্গত কাশীকোত্ৰাৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৮টাকৈ সোণালী বান্দৰ সৰবৰাহ কৰি থকা…

ৰূপহীহাটত শোকাৱহ পথ দুৰ্ঘটনাত এজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ৰূপহীহাট, ২০ জুন : ৰূপহীহাটৰ ভকতগাঁৱত আজি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এএছ-০২ এএল-১৩২৭ নম্বৰৰ বাইক আৰু এএছ-১২ বিচি-৪০৮৫ নম্বৰৰ ডাম্পাৰৰ মুখামুখি সংঘর্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটি। উক্ত পথ দুৰ্ঘটনাত থিতাতে নিহত…