বিশেষ লেখা : নেটৱর্ক
বিশেষ লেখা : নেটৱর্ক
প্রদীপ্ত বৰগোহাঞি
এই প্রবন্ধত মই এনে এটা বিষয় উত্থাপন কৰিম যিটো সম্পর্কে মোৰ জ্ঞান আংশিক বা আধৰুৱা৷ এই দেশত ক্রিকেট সম্পর্কে সকলোৱে কম–বেছি পৰিমাণে ক’ব পাৰে বা লিখিব পাৰে, কিন্তু ভালদৰে ক্রিকেট নেখেলা মানুহে বিষয়টোৰ…