নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পেহেলগাম-ত প্রাণৰ মমতাত পলাইছিল পর্যটক

🔹 ৰক্তাক্ত পেহেলগাম-ত ৪ দিন লুইত  নীল ডন : সেয়া আছিল ২৩ এপ্রিল৷ নিউজ ৰুমত ব্যস্ততা৷ পেহেলগামৰ সন্ত্রাসবাদীৰ আক্রমণক লৈ মুহূর্তে মুহূর্তে আহিছে খবৰ৷ নতুন নতুন ভিজুৱেল আৰু বহুজনৰ ইণ্টাৰভিউ বাৰে বাৰে আমি ‘নিউজ লাইভ’ত সম্প্রচাৰ কৰিছিলোঁ৷…

ডিব্রুগড় বিশ্ববিদ্যালয়ত ২২টা পদত চাকৰি

ডিব্রুগড় বিশ্ববিদ্যালয়ত ২২টা অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলৰ তালিকাত সবিশেষ আগবঢ়োৱা হ'ল--

অখিল পাগল হৈছে : ভূপেন বৰা

বিশেষ বাৰ্তা, ২ মে’ : প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজত বাকযুদ্ধ তুংগত উঠিছে৷ পৰহি অখিল গগৈয়ে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই নতুনকৈ ক্রয় কৰা গাড়ীখন ক’ৰ পৰা লাভ কৰা ধনেৰে ক্রয় কৰিছে বুলি প্রশ্ণ উত্থাপন…

সন্ত্রাসবাদ : এটা দৃষ্টিকোণ

সন্ত্রাসবাদ : এটা দৃষ্টিকোণ 🔹 ডাঃ জয়ন্ত বিশ্ব শর্মা আচৰিত যেন লাগিলেও আজিও সমাজত লোক আছে যিসকলে দ্ব্যর্থহীনভাৱে সন্ত্রাসবাদক গৰিহণা দিয়াত ব্যর্থ হৈছে৷ বিশেষকৈ ইছলামিক মৌলবাদক৷ শান্তিপ্রিয় ইছলাম ধর্মাৱলম্বীসকলৰ বিশেষ দায়িত্ব যে এই…

সন্ত্রাসবাদী-ক উপযুক্ত শাস্তি দিয়াটো নিশ্চিত

নিউজ ডেস্ক, ২ মে’ : কাশ্মীৰৰ পেহেলগামত পাক সমর্থিত সন্ত্রাসবাদী-এ চলোৱা ভয়ংকৰ আক্রমণৰ পিছত প্রথমবাৰৰ বাবে ভাৰতবিৰোধী শক্তিক লক্ষ্য কৰি অমিত শ্বাহৰ হুংকাৰ– চুন চুন কে বদলা লেগা৷ দেশৰ চুক–কোণৰ পৰা সন্ত্রাসবাদ উভালি পেলোৱা হ’ব৷ নতুন দিল্লীত…

আইপিএল-ৰ পৰা বিদায় ৰাজস্থান ৰয়েলছৰ

নিউজ ডেস্ক, ২ মে’ : চলিত আইপিএল-ত এটা সময়ত সকলোৰে তলত স্থান লাভ কৰিছিল মুম্বায়ে৷ কালি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত জয়লাভ কৰি দলটো লীগ তালিকাৰ শীর্ষস্থানত উপনীত হয়৷ প্রতিযোগিতাখনৰ প্রথম ৫খন মেচৰ ভিতৰত মাত্র এখনত জয়লাভ কৰিছিল…

সিন্ধু জল চুক্তি

দেশতেই নহয়, বিশ্বজুৰি সম্প্রতি চর্চিত বিষয়ৰ অন্যতম সিন্ধু জল চুক্তি৷ ভাৰত আৰু পাকিস্তানৰ মাজত জল বিনিময়ৰ এই চুক্তি৷ জম্মু–কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে নিৰীহ পর্যটকক বর্বৰতাৰে হত্যালীলা চলোৱাৰ পাছতেই সিন্ধু জল চুক্তি ব্যাপক…

আজি-ৰ দিনটোৰ ৰাশিফল

আজি ২ মে’, ব’হাগ মাহৰ ১৮ তাৰিখ শুকুৰবাৰ : তিথি– শুক্লা পঞ্চমী, নক্ষত্র : আর্দ্রা, যাত্রা : নাই মেষ : নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা কথাৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷ বৃষ : মনলৈ উৎসাহ…

Assam Nagaland border : চুঙাজানত চাৰি কোটি টকাৰ ড্ৰাগছ জব্দ

নিয়মীয়া বাৰ্তা, ১ মে' : Assam Nagaland সীমান্তৰ চুঙাজানত চাৰি কোটি টকাৰ ড্ৰাগছ জব্দ। পঞ্চায়ত নিৰ্বাচনত আৰক্ষী প্ৰশাসন সকলো ব্যস্ত থকাৰ সুবিধা লৈ ড্ৰাগছ সৰবৰাহত ব্যস্ত ড্ৰাগছ মাফিয়া। সৰুপথাৰ সম জিলা Assam Nagaland অসম নাগালেণ্ড সীমান্তৰ ১ নং…

Pahalgam Attack : সন্ত্ৰাসবাদৰ মাষ্টৰমাইণ্ড-ক চৰম সকীয়নি অমিত শ্বাহৰ

নিউজ ডেস্ক, ১ মে' : সন্ত্ৰাসবাদৰ মাষ্টৰমাইণ্ড-ক চৰম সকীয়নি অমিত শ্বাহৰ। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ কাৰ্যক লৈ আতংকিত হৈ পৰিছে পাকিস্তান। ইফালে দিল্লীত এক কাৰ্যসূচীত ভাষণ দি গৃহমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ…