নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

Assam Nagaland border : চুঙাজানত চাৰি কোটি টকাৰ ড্ৰাগছ জব্দ

নিয়মীয়া বাৰ্তা, ১ মে' : Assam Nagaland সীমান্তৰ চুঙাজানত চাৰি কোটি টকাৰ ড্ৰাগছ জব্দ। পঞ্চায়ত নিৰ্বাচনত আৰক্ষী প্ৰশাসন সকলো ব্যস্ত থকাৰ সুবিধা লৈ ড্ৰাগছ সৰবৰাহত ব্যস্ত ড্ৰাগছ মাফিয়া। সৰুপথাৰ সম জিলা Assam Nagaland অসম নাগালেণ্ড সীমান্তৰ ১ নং…

Pahalgam Attack : সন্ত্ৰাসবাদৰ মাষ্টৰমাইণ্ড-ক চৰম সকীয়নি অমিত শ্বাহৰ

নিউজ ডেস্ক, ১ মে' : সন্ত্ৰাসবাদৰ মাষ্টৰমাইণ্ড-ক চৰম সকীয়নি অমিত শ্বাহৰ। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ কাৰ্যক লৈ আতংকিত হৈ পৰিছে পাকিস্তান। ইফালে দিল্লীত এক কাৰ্যসূচীত ভাষণ দি গৃহমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ…

৫০ বছৰতো কংগ্ৰেছ-ৰ ইঞ্জিন থকাৰ সম্ভাৱনা নাই : মন্ত্ৰী জয়ন্ত মল্ল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে' : ইঞ্জিন নোহোৱাকৈ চলিছে কংগ্ৰেছ। জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্য। অঞ্চল এটাত যেতিয়া সমস্যা থাকে, তেতিয়া সেই অঞ্চলটোক নেতৃত্ব দি ভাল লাগে। কাৰণ সমস্যাবিলাক সমাধান কৰাটোৱেই আমাৰ চৰকাৰৰ মূল দায়িত্ব।- এই মন্তব্য…

কংগ্ৰেছৰ হাত দালালৰ লগতহে, দৰিদ্ৰ-ৰ লগত নহয় : দিলীপ শইকীয়া

নিয়মীয়া বাৰ্তা, ১মেঃ কংগ্ৰেছৰ হাত দালালৰ লগতহে, দৰিদ্ৰ-ৰ লগত নহয় : দিলীপ শইকীয়া। দেশত পুণৰ হব জাতিগত পিয়ল।অনাগত লোকপিয়লত এই সিদ্ধান্তক কাৰ্যকৰী কৰা হব।এয়া কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত এক ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে।----বিলাসীপাৰাৰ ৰাণীগঞ্জত…

Attari-Wagah Border : নিজৰ দেশতে নিজা মানুহৰ প্ৰৱেশ নিষিদ্ধ পাকিস্তানৰ

নিউজ ডেস্ক, ১ মে' : নিজৰ দেশতে নিজা মানুহৰ প্ৰৱেশ নিষিদ্ধ পাকিস্তানৰ। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। ভাৰত চৰকাৰে আজিৰ পৰা আটাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্ত বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল…

leopard at police station : অৰণ্য নহয়, থানাত নাহৰফুটুকী

নিউজ ডেস্ক, ১ মে' : অৰণ্য নহয়, থানাত নাহৰফুটুকী । অৰণ্যত খাদ্য নাই বন ধ্বংসৰ ফলত বিচৰণ কৰা স্থানৰ অভাৱ৷ ইয়াৰ উপৰি চিকাৰীবোৰৰ উৎপাত আছেই৷ মানুহৰ বিৰুদ্ধে বোধহয় এনে বহু অভিযোগ লৈ অৰণ্যৰ পৰা আহি থানাত হাজিৰ হ’ল নাহৰফুটুকী বাঘ৷ ইফালে থানাৰ…

Pahalgam Attack : অযোধ্যাত বাবৰি মছজিদ নিৰ্মাণৰ উদ্ভট মন্তব্য, ভাৰতৰ প্রত্যাঘাতৰ আশংকাত ত্ৰস্ত পাক

নিউজ ডেস্ক, ১ মে' : পাকিস্তানৰ সাংসদ পালৱাছা খানে দাবী কৰিছে যে দেশৰ সেনাই অযোধ্যাত নতুন বাবৰি মছজিদ নিৰ্মাণ কৰিব। পেহেলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা জ্বলি উঠাৰ সময়তে ভাইৰেল হৈ পৰে পাকিস্তানী সাংসদ পালৱাছা মহম্মদ জাই…

WAVES 2025 : ১০০ বিলিয়ন ডলাৰৰ হ’ব ভাৰতৰ মিডিয়া-মনোৰঞ্জন উদ্যোগ

নিউজ ডেস্ক, ১ মে' : WAVES 2025 : ১০০ বিলিয়ন ডলাৰৰ হ'ব ভাৰতৰ মিডিয়া-মনোৰঞ্জন উদ্যোগ। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানিয়ে আজি কয় যে ভাৰতৰ বহুমুখী সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগ অহা দশকত…

ৰে’ল বিভাগ-ত ৯,৯৭০টা পদৰ নিযুক্তিৰ প্রস্তুতি

📌 ৰে’ল বিভাগ-ত ৯,৯৭০টা পদৰ নিযুক্তিৰ প্রস্তুতি। আবেদনৰ অন্তিম তাৰিখ ১১ মে’। ভাৰত চৰকাৰৰ ৰে’ল মন্ত্রালয়ৰ অধীনস্থ ৰে’লৱে ৰিক্রুইটমেণ্ট ব’ৰ্ডৰ তৰফৰ পৰা বৃহৎসংখ্যক পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

৩ মে’ত অসমৰ পৰা হজযাত্রী লৈ উৰিব প্রথমখন বিমান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে' : তিনি মে’ত অসমৰ পৰা হজযাত্রী লৈ প্রথমখন বিমান উৰা মাৰিব মক্কা–মদিনালৈ৷ উত্তৰ–পূবৰ ৫ ৰাজ্যৰ মুঠ ২,৭৮২গৰাকী হজযাত্রী এইবাৰ মক্কালৈ যাত্রা কৰিব৷ এই কথা সদৰী কৰিলে উত্তৰ–পূব হজযাত্রী অভ্যর্থনা সমিতিয়ে৷ সংবাদ মেল…