নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰে’ল বিভাগত ৯,৯৭০টা পদত চাকৰি

ভাৰত চৰকাৰৰ ৰে’ল মন্ত্রালয়ৰ অধীনস্থ ৰে’লৱে ৰিক্রুইটমেণ্ট ব’ৰ্ডৰ তৰফৰ পৰা বৃহৎসংখ্যক পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

Dhuburi News : কংগ্ৰেছৰ দিনত চৌদিশে বিয়পিছিল অশান্তি

নিয়মীয়া বাৰ্তা, ২ মেঃ আজি ধুবুৰী জিলাৰ গোলকগঞ্জ Dhuburi News ৰ বীৰ চিলাৰায় মেলা খেলপথাৰত বিজেপি মিত্ৰজোঁটৰ বিজয় সংকল্প সমাবেশত অংশগ্ৰহণ কৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হেলিকাপ্তাৰেৰে উক্ত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী…

অযোধ্যাত বাবৰি মছজিদ নির্মাণ কৰিব পাকিস্তানী সেনাই !

নিউজ ডেস্ক, ২ মে’ : বাবৰি মছজিদ নির্মাণ হ’ব অযোধ্যাত! সেই মছজিদ স্থাপনৰ প্রথম ইটা গাঁঠিব পাক সৈনিকসকলে! মছজিদত প্রথম আজান দিব পাক সেনাপ্রধানে৷ পাকিস্তানৰ সংসদত এই বিস্ফোৰক মন্তব্য কৰিলে দেশখনৰ ছিনেটৰ পালৱাছা মহম্মদ জাই খানে৷ পেহেলগামত…

Jorhat News : শিক্ষাজগতত উজলিছে যোৰহাটৰ শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল

বিশেষ বাৰ্তা, ২মে' : Jorhat News : শিক্ষাজগতত উজলিছে যোৰহাটৰ শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল যি সময়ত ব্যক্তিগত শিক্ষা অনুষ্ঠান সমুহৰ অত্যাধিক মাচুলে অভিভাৱক সকলক জুৰুলা কৰিছে সেই সময়তে অতি কম মাছুলৰ বিনিময় শিশুসকলক অগতানুগতিক ভাবে…

ইউক্রেইনী সাংবাদিক-ৰ অংগ কাঢ়িলে ৰাছিয়ান সেনাই

নিউজ ডেস্ক, ২ মে’ : ৰাছিয়াৰ জিম্মাত এগৰাকী ইউক্রেইনী মহিলা সাংবাদিক-ৰ মৃত্যুৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ৰুছ অধিকৃত ইউক্রেইনী ভূখণ্ডলৈ গৈছিল সাংবাদিক ভিক্টোৰিয়া ৰ’ছচিনা৷ কিন্তু ৰুছ সেনাই বন্দী কৰে সাংবাদিকগৰাকীক৷ অৱশেষত ইউক্রেইনৰ হাতত…

Form 16 : আয়কৰ ৰিটাৰ্নত কিয় ইমান প্ৰয়োজন?

ভাৰতৰ দৰমহা পোৱা কৰ্মচাৰীসকলে কেতিয়াবা আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) Form 16 দাখিল কৰাত অসুবিধা পাব পাৰে, কিন্তু ১৬নং প্ৰপত্ৰই প্ৰক্ৰিয়াটো অতি সহজ কৰি তোলে। আপোনাৰ নিয়োগকৰ্তাই প্ৰদান কৰা এই প্ৰ-পত্ৰত আপোনাৰ দৰমহা আৰু ইয়াৰ ওপৰত কিমান কৰ কৰ্তন…

১০ হাজাৰ টকাৰ বাবে ৫ বটল সুৰাপান

নিউজ ডেস্ক, ২ মে’ : বন্ধুসকলৰ সৈতে সুৰাপান-ৰ প্রতিযোগিতা! ১০ হাজাৰ টকাৰ ‘বাজি’ ধৰি ২১ বছৰ বয়সতে মৃত্যু হ’ল যুৱকৰ৷ মৃত যুৱকজনৰ নাম কার্তিক৷ তেওঁ কর্ণাটকৰ বাসিন্দা৷ জানিব পৰা গৈছে যে ৬জন বন্ধুৰ সৈতে সুৰাপান কৰিবলৈ লোৱাৰ সময়তে কার্তিকৰ…

Jeep Compass : শীঘ্ৰে বজাৰলৈ জীপ কম্পাছ

Jeep Compass Facelift : জনপ্ৰিয় এছ ইউ ভি কম্পাছৰ ফেচলিফ্ট সংস্কৰণৰ সৈতে সাজু হৈছে জীপ আৰু এতিয়া ইয়াৰ ডিজাইন প্ৰকাশ পাইছে। আনকি বিশ্বব্যাপী আত্মপ্ৰকাশৰ পূৰ্বেও নতুন জীপ কম্পাছৰ লিক হোৱা ছবি ইণ্টাৰনেটত ওলাইছে, যাৰ ফলত ইয়াৰ বাহিৰৰ আৰু…

পেহেলগাম-ত প্রাণৰ মমতাত পলাইছিল পর্যটক

🔹 ৰক্তাক্ত পেহেলগাম-ত ৪ দিন লুইত  নীল ডন : সেয়া আছিল ২৩ এপ্রিল৷ নিউজ ৰুমত ব্যস্ততা৷ পেহেলগামৰ সন্ত্রাসবাদীৰ আক্রমণক লৈ মুহূর্তে মুহূর্তে আহিছে খবৰ৷ নতুন নতুন ভিজুৱেল আৰু বহুজনৰ ইণ্টাৰভিউ বাৰে বাৰে আমি ‘নিউজ লাইভ’ত সম্প্রচাৰ কৰিছিলোঁ৷…

ডিব্রুগড় বিশ্ববিদ্যালয়ত ২২টা পদত চাকৰি

ডিব্রুগড় বিশ্ববিদ্যালয়ত ২২টা অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলৰ তালিকাত সবিশেষ আগবঢ়োৱা হ'ল--