ধুবুৰীত চোৰ-ৰ বিলৈ
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ এপ্ৰিল : ধুবুৰীত চোৰ-ৰ বিলৈ। দেওবাৰে পুৱাই পুৱাই ধুবুৰীত চোৰৰ বিলৈ। চুৰি কৰিবলৈ আহি হাতে-লোটে ধৰা পৰে চোৰটো। ধুবুৰী চহৰৰ ২ নং ৱাৰ্ডৰ গোৱৰ্ধন গলি অঞ্চলৰ ঘটনা এয়া। অঞ্চলটোৰ এটা গৃহৰ জনস্বাস্থ্য আৰু কাৰিকৰী…