নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ভাৰত-পাকিস্তানৰ মাজত সদায় উত্তেজনা হৈ আহিছে, ট্ৰাম্প

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰাম্প পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ইটালীৰ ৰোমলৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ সদস্যসকলৰ সৈতে ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউছত মুখামুখি হয়। মুখামুখিত সাংবাদিকে…

সিন্ধু জল সন্ধি স্থগিতৰ সিদ্ধান্তক আদৰণি আব্দুল্লাৰ, কাশ্মীৰীৰ বাবে অভিশাপ

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ সিন্ধু জল সন্ধি স্থগিতৰ সিদ্ধান্তক আদৰণি ওমৰ আব্দুল্লাৰ। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পেহেলগাম আক্ৰমণৰ পৰিণতিত কেন্দ্ৰই সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তক সমৰ্থন কৰিছে। সংবাদ মাধ্যমক সম্বোধন কৰি ওমৰ…

তপোবন ৰ প্ৰতিষ্ঠাপক কুমুদ কলিতাক উজ্জয়িনী বৰা সমাজসেৱা বঁটা-২০২৪ প্ৰদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ এপ্ৰিলঃ তপোবন ৰ প্ৰতিষ্ঠাপক কুমুদ কলিতাক উজ্জয়িনী বৰা সমাজসেৱা বঁটা-২০২৪ প্ৰদান। 'উজ্জয়িনী বৰা স্মাৰক ন্যাস'ৰ উদ্যোগত আৰু 'আভ্যন্তৰীণ গুণমান সুৰক্ষা কোষ (IQAC), সন্দিকৈ মহাবিদ্যালয়'ৰ সহযোগত আজি দিনৰ ১ বজাত সন্দিকৈ…

পাকিস্তানী এপ আল্পাইন কোয়েষ্টেৰে পেহেলগামত সন্ত্ৰাসবাদীৰ পথ নিৰ্দেশনা

বিশেষ বাৰ্তা, নতুন দিল্লী, ২৬ এপ্ৰিলঃ পাকিস্তানী এপেৰে পাকিস্তানী এপ ভাৰতত নৰসংহাৰ সন্ত্ৰাসবাদীৰ। মঙলবাৰে সমগ্ৰ দেশ জোকাৰি যোৱা পেহেলগামৰ বৈছৰনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত কেবাটাও চাঞ্চল্যকৰ তথ্য লাহে লাগে পোহৰলৈ আহি আছে।…

আমেৰিকাত ভাৰতীয় শিক্ষাৰ্থীলৈ সকাহ! আইনী মৰ্যাদা সাময়িকভাৱে ঘূৰাব ট্ৰাম্প প্ৰশাসন-এ

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ ট্ৰাম্প প্ৰশাসন এ জনাইছে যে তেওঁলোকে আমেৰিকাত শ শ বিদেশী ছাত্ৰ-ছাত্ৰীৰ আইনী মৰ্যাদা সাময়িকভাৱে পুনৰ ঘূৰাই আনিব, আনকি ভৱিষ্যতে তেওঁলোকৰ মৰ্যাদা বন্ধ কৰাৰ অনুমতি দিব পৰা নীতি প্ৰস্তুত কৰাৰ সময়তো। আন্তঃৰাষ্ট্ৰীয়…

সিন্ধু ৰ পানীত স্থগিতাদেশ উঠাওক, নহলে বব তেজৰ নৈ

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি (আই ডব্লিউ টি) স্থগিত ৰখাৰ সিদ্ধান্তৰ চোকা প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টো-জৰ্দাৰীয়ে পানী বন্ধ কৰিলে নদীত তেজৰ প্ৰবাহ হ’ব…

ধুবুৰী জিলা ন্যায়িক আদালতৰ নৱনিৰ্মিত মহলৰ আনুষ্ঠানিক উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ধুবুৰী জিলাখনৰ অধিবক্তা আৰু ন্যায়িক জগতখনলৈ সুখৰ বতৰা কঢ়িয়াই আজি  ধুবুৰীৰ নৱনিৰ্মিত জিলা ন্যায়িক আদালত ভৱন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই। আজিৰ এই…

পেহেলগাম : ভাৰতৰ আত্মাৰ ওপৰত আক্রমণ

২০২৫ চনৰ ২২ এপ্রিলৰ দুপৰীয়া পেহেলগাম-ৰ সমীপৰ বৈছাৰণ ময়দানত পর্যটকৰ ওপৰত সন্ত্রাসবাদীৰ আক্রমণৰ ভয়ানক খবৰে সমগ্র দেশবাসীক জোকাৰি গৈছে৷ ধর্মৰ ভিত্তিত পর্যটকসকলক পৃথক কৰি হত্যা কৰা বর্বৰ কার্যই সমগ্র দেশতে স্বতঃস্ফূর্তভাৱে ক্ষোভৰ সৃষ্টি কৰিছে…

ভাৰতৰ ভাবুকি-ত শিৰণত পাকিস্তান, পেহেলগাম ৰ তদন্তত সহযোগৰ আশ্বাস

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ ভাৰতৰ ভাবুকি-ত শিৰণত হৈ পেহেলগাম ৰ তদন্তত পাকিস্তানৰ সহযোগৰ আশ্বাস। পেহেলগামৰ তদন্তত সহযোগৰ আশ্বাস। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আজি কয় যে কাশ্মীৰৰ পেহেলগামত ২৬জন লোকৰ হত্যাকাণ্ডৰ যিকোনো “ন্যায় আৰু…

২৪ বছৰ পুৰণি মানহানি গোচৰত গ্রেপ্তাৰ মেধা পাটকাৰ-ক

বিশেষ বাৰ্তা, ২৬ এপ্রিল : ২৪ বছৰ পুৰণি মানহানি গোচৰত গ্রেপ্তাৰ মেধা পাটকাৰক। পুৰণি এক মানহানি গোচৰত গ্রেপ্তাৰী৷ কিন্তু কেইঘণ্টামানৰ ভিতৰতে আদালত-ৰ নির্দেশত কাৰাগাৰৰ পৰা মুক্তি দিয়া হ’ল ‘নর্মদা বচাও’ আন্দোলনৰ নেত্রী তথা সমাজকর্মী মেধা…