ট্রাম্পৰ শুল্ক বোমাক লৈ আমেৰিকাতেই হাহাকাৰ
🔹 প্রয়োজনতকৈ অধিক সামগ্রী ক্রয় মার্কিন গ্রাহকৰ
নিউজ ডেস্ক, ৬ এপ্রিল : দেশৰ অর্থনীতি শক্তিশালী কৰিবলৈ নতুন শুল্ক নীতি ঘোষণা কৰা আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ দেশতেই হাহাকাৰ৷ বিশ্বৰ দেশসমূহৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰি…