নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ডিক’ডিং জীৱন : পুৰণি পাপ নতুন অজুহাত

ড০ পাৰ্থসাৰথি মহন্ত এটা মতানৈক্য হ’ল, আমাৰ সিদ্ধান্তত প্রশ্নবোধক চিন লগাই দিয়া হ’ল, লগে লগে আমি অতীত খুঁচৰিবলৈ আৰম্ভ কৰি দিওঁ৷ নিজৰ নহয়, আমাক বিৰোধিতা কৰাজনৰ৷ তেওঁলোকৰ ভুল–ত্রুটি খান্দি উলিয়াই আমাৰ বর্তমানৰ আচৰণক আমি গ্রহণযোগ্য কৰিবলৈ যত্ন…

‘হেণ্ডছ অৱ’ প্রতিবাদকাৰীৰ বিক্ষোভত উত্তাল মার্কিন যুক্তৰাষ্ট্রৰ ১,২০০ স্থান, ট্রাম্পৰ বিৰুদ্ধে…

নিউজ ডেস্ক, ৭ এপ্রিলঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ নতুন শুল্ক নীতিয়ে বিশ্বত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বিশ্বৰ দেশসমূহৰ কথা বাদেই স্বয়ং নিজ দেশতে মার্কিন জনতাৰ প্রতিবাদৰ সন্মুখীন হৈছে ৰাষ্ট্রপতি ট্রাম্প৷ নতুন শুল্ক…

গেৰুকামুখত বিদ্যুৎ উৎপাদন কৰিবলৈ সম্পূর্ণ সাজু NHPC, নামনি সোৱণশিৰি প্রকল্পৰ ৯৫% কাম সম্পূর্ণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ অৰুণাচল প্রদেশত নির্মীয়মাণ জলবোমাসদৃশ কেইবাটাও বৃহৎ নদীবান্ধে ৰাজ্যবাসীৰ জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে আন এক উদ্বেগজনক খবৰ৷ ৰাজ্যবাসীৰ প্রবল আপত্তি তথা দল–সংগঠনৰ ধাৰাবাহিক আন্দোলনক নস্যাৎ কৰি বিজুলী…

প্ৰথম মেচত বেটিং চমক, পিছত ক্ৰমাগত চতুৰ্থ পৰাজয় SRHৰ, বিজয়ৰ হেটট্রিক GTৰ

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ চলিত আইপিএলত ছানৰাইজার্ছ হায়দৰাবাদৰ ব্যর্থতা অব্যাহত আছে৷ ইয়াৰ পূর্বে খেলা তিনিখন মেচত দলটোৱে বিজয় সাব্যস্ত কৰিব পৰা নাছিল৷ সেই ছবিখনেই প্রতিফলিত হ’ল৷ ঘৰুৱা খেলপথাৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে দলটো ৭ উইকেটত পৰাজিত হয়৷…

পিছে আজি খেলিবনে RCBৰ বিৰুদ্ধে, মুম্বাই শিবিৰত যোগ দিলে যশপ্রীত বুমৰাহে

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ প্রতীক্ষাৰ অন্ত পেলাই মুম্বাই ইণ্ডিয়ানছ শিবিৰত যোগ দিলে যশপ্রীত বুমৰাহে৷ ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ মেডিকেল টীমৰ প্রতিবেদনত সন্তুষ্টি প্রকাশ কৰা হৈছে৷ ভাৰতীয় ক্রিকেট ব’র্ডেও তেওঁক খেলাৰ অনুমতি দিছে৷ আঘাতৰ পৰা সুস্থ হৈ…

অৱসৰৰ কথা ভবা নাই মহেন্দ্ৰ ধোনীয়ে, প্রথমবাৰৰ বাবে পডকাষ্টত কেপ্টেইন কুল মাহী

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ প্রথমবাৰৰ বাবে পডকাষ্টত সাক্ষাৎকাৰ দিলে মহেন্দ্র সিং ধোনীয়ে৷ এই সাক্ষাৎকাৰত তেওঁ জীৱনৰ একাধিক অধ্যায়ৰ কথা ক’লে যদিও মূল বিষয় আছিল তেওঁৰ অৱসৰৰ প্রসংগ৷ সাম্প্রতিক সময়ত তেওঁৰ বেটিং ছন্দক লৈ আলোচনা হৈছিল৷ কিন্তু ৪৩ বছৰীয়া…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ এপ্রিল, চ’ত মাহৰ ২৪ তাৰিখ সোমবাৰ : তিথি– শুক্লা দশমী, নক্ষত্র : পুষ্যা, যাত্রা : শুভ মেষঃ পুৱাৰ ভাগতকৈ আবেলিৰ ভাগত উন্নত ফল লাভ কৰিব৷ কর্মস্থানত ভালেই দেখা যাব৷ বিদ্যাত কিছু আশাপ্রদ৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৭৷ বৃষঃ খৰচ–পাতি ৰোধ…

ভূমি বিবাদত জড়িত ৫০জন ব্যক্তিৰ বিজেপিত যোগদান

🔹 ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতে কেৰালাত অভূতপূর্ব ঘটনা নিউজ ডেস্ক, ৬ এপ্রিল : সদনত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ কেইঘণ্টামানৰ পাছতে কেৰালাত এক অভাৱনীয় ঘটনা সংঘটিত হৈছে৷ ভূমি বিবাদত জড়িত ৫০জন ব্যক্তিয়ে শুকুৰবাৰে সন্ধিয়া বিজেপিত…

ট্রাম্পৰ শুল্ক বোমাক লৈ আমেৰিকাতেই হাহাকাৰ

🔹 প্রয়োজনতকৈ অধিক সামগ্রী ক্রয় মার্কিন গ্রাহকৰ নিউজ ডেস্ক, ৬ এপ্রিল : দেশৰ অর্থনীতি শক্তিশালী কৰিবলৈ নতুন শুল্ক নীতি ঘোষণা কৰা আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ দেশতেই হাহাকাৰ৷ বিশ্বৰ দেশসমূহৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰি…

বিশ্ব ঐতিহ্য ক্ষেত্র তাজমহলত সর্বাধিক টিকট বিক্রীৰ অভিলেখ

🔹 উপার্জন ২৯৭ কোটি টকা নিউজ ডেস্ক, ৬ এপ্রিল : ইউনেস্ক’ৰ বিশ্বৰ ঐতিহ্যক্ষেত্র তাজমহলত সর্বাধিক টিকট বিক্রী হৈছে৷ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ চমুকৈ এএছআইৰ দ্বাৰা সংৰক্ষিত স্মৃতিচিহ্ণ তাজমহলত বিগত পাঁচ বছৰত সর্বাধিক টিকট বিক্রীৰে অভিলেখ সৃষ্টি…