নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সম্পাদকীয় : ৰাজ্যসভাত ঐতিহাসিক সিদ্ধান্ত

অৱশেষত ৰাজ্যসভাতো পাছ হ’ল ৱাকফ (সংশোধনী) বিধেয়ক৷ এতিয়া ৰাষ্ট্রপতি দ্রৌপদী মুর্মুই স্বাক্ষৰ কৰিলেই সলনি হ’ব ৭০ বছৰ পুৰণি এখন আইন৷ ১৯৫৪ চনত প্রণয়ন কৰা এই আইনখন সংশোধন কৰা হৈছিল ১৯৯৫ চনত৷ সেইবাৰ ৱাকফ ব’ডৰ ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰিছিল…

ৰাজ্যত বৰষুণৰ ভৱিষ্যদ্বাণী IMDৰ, অসম-মেঘালয়ত Orange এলাৰ্ট জাৰি

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ ভাৰতত ভয়াৱহ গৰম আৰু গৰমৰ ঢৌৰ ভৱিষ্যদ্বাণী কৰিছে। আই এম ডিয়ে কয় যে দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, হাৰিয়ানা, পঞ্জাৱৰ দৰে উত্তৰ ভাৰতৰ ৰাজ্যসমূহত আজি প্ৰচণ্ড গৰম হ’বলৈ গৈ আছে। আজি এই…

আগ্ৰাসী ট্ৰাম্প, বিশ্ব ৰাজনীতিত আলোড়ন, চাইবাৰ-চোৰাংচোৱা অভিজ্ঞ টিমোথি হগক চাকৰিৰ পৰা বৰ্খাস্ত

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে যিয়ে কেৱল আমেৰিকাতে নহয়, বিশ্ব ৰাজনীতিতো আলোড়নৰ সৃষ্টি কৰিছে। এইবাৰ তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাৰ সঞ্চালক তথা জেনেৰেল টিমথি হগক বৰ্খাস্ত…

NRCৰ প্রাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু, ন্যায়ালয়ৰ নির্দেশত লৰিল গা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ এপ্ৰিলঃ এনআৰচিৰ প্রাক্তন ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে অৱশেষত ৰুজু হৈছে গোচৰ৷ আদালতৰ নির্দেশত দিছপুৰ আৰক্ষী থানাই ৩০৯/২৫ নম্বৰত গোচৰটো ৰুজু কৰে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে অসমীয়া জাতিৰ দলিলস্বৰূপ…

ৰাভা হাছঙত বিজেপিৰ জয়ৰ অশ্বমেধ, ৩৩ আসনৰ ৩০খনেই এনডিএৰ দখলত, বিৰোধী ধূলিসাৎ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ এপ্ৰিলঃ পুনৰবাৰ বিৰোধীক ধূলিসাৎ কৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ দখল কৰিলে বিৰোধী আৰু মিত্রজোঁটে৷ স্বায়ত্তশাসিত পৰিষদৰ ৩৬খন আসনৰ ভিতৰত ৩৪খন আসন ৰাভা হাছং যৌথ সংগ্রাম সমিতি আৰু বিজেপিয়ে দখল কৰাৰ বিপৰীতে বিৰোধী…

২২ গজৰ সব্যসাচী, আইপিএলত দুহাতেৰে বলিং কামিণ্ডু মেণ্ডিছৰ

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ তেওঁক ‘বাইশ গজৰ সব্যসাচী’ বুলি ক’লেও ভুল নহ’ব৷ দুয়োখন হাতেৰে সমানে পাকৈত৷ ইডেন গার্ডেনত দুয়োখন হাতেৰে বলিং কৰি আইপিএলৰ ইতিহাসত প্রথমজন খেলুৱৈ হিচাপে নজিৰ গঢ়িলে শ্রীলংকাৰ কামিণ্ডু মেণ্ডিছে৷ বৃহস্পতিবাৰে ছানৰাইজার্ছ…

খেল মহাৰণ ২.০, ভলীবল প্রতিযোগিতা উদ্বোধন প্রাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ

এথলেটিকছত শ্রেষ্ঠ কামৰূপ গ্রাম্য, কাবাদীত স্বর্ণ জয় ডিব্রুগড়ৰ নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ এপ্ৰিলঃ উজ্জীৱিত প্রদর্শনৰ জৰিয়তে খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ কাবাদী ইভেণ্টৰ ল’ৰাৰ ১৬ বছৰ অনূর্ধ্ব শাখাত ডিব্রুগড় বিজয়ী আৰু দৰং জিলাই ৰানার্ছআপৰ সন্মান…

মুম্বাইৰ বিপক্ষে জয় লক্ষ্ণৌৰ, মিচেল–মার্কৰামৰ অর্ধশতক, হার্দিকৰ ৫টা উইকেট

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আইপিএলত তৃতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে৷ মুম্বায়ে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত ১২ ৰানত পৰাস্ত হয়৷ মেচখনত ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ২০৪ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ এপ্রিল, চ’ত মাহৰ ২২ তাৰিখ শনিবাৰঃ তিথি– শুক্লা অষ্টমী, নক্ষত্রঃ আর্দ্রা, যাত্রাঃ নাই মেষঃ বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালন হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷ বৃষঃ বন্ধু ব্যক্তিৰ…

গুৱাহাটী বিশ্ববিদ্যালয়ত ৪৩টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৮ এপ্রিল গুৱাহাটী বিশ্ববিদ্যালয়ত খালী হোৱা কিছুসংখ্যক অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক পদত প্রার্থী নিযুক্তি দিয়াৰ প্রস্তুতি চলিছে৷