‘চাৰিকড়ীয়াৰ কবি’ শিৱপ্ৰসাদ গগৈৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰী : বিশিষ্ট কবি, শিক্ষাবিদ, ঢকুৱাখনা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ তথা ঢকুৱাখনাৰ বৌদ্ধিক-সংস্কৃতিক জগতৰ ভোটতৰা শিৱপ্ৰসাদ গগৈৰ মঙলবাৰে নিশা প্ৰায় ৮-১৫ বজাত ঢকুৱাখনা নগৰস্থিত বালিগাঁৱস্থিত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি…