ধুবুৰীত মালবাহী বাহন-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত আহত চালক
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ আজি দুপৰীয়া পিনে ধুবুৰী চহৰৰ ব্যস্ততম গুৰু টেগ্ বাহাদুৰ পথত এখন মালবাহী বাহন আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত বাইক চালক গৰাকী গুৰুতৰ আহত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে চাৰিচকীয়া এচ-০১এনচি ৮০৬০…