নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

তাহানিৰ অনুষ্টুপীয়া আয়োজনৰ পৰা আজিৰ ভব্য আয়োজনলৈ কুম্ভমেলা

যোগেশ কলিতাৰ প্ৰতিবেদন, ৩০ জানুৱাৰীঃ ধৰ্মীয় দিশৰ পৰা দৃষ্টি নিক্ষেপ কৰিলে পৃথিৱীৰ সৰ্বোত্তম-সৰ্বেশ্ৰেষ্ঠ অনুষ্ঠান কুম্ভমেলা। প্ৰতি ছবছৰৰ মূৰে মূৰে অৰ্ধকুম্ভ, ১২ বছৰৰ মূৰে মূৰে কুম্ভমেলা বা পূৰ্ণকুম্ভ আৰু ১২ বাৰ কুম্ভমেলাৰ অন্তত…

ঢকুৱাখনাত আৰম্ভ কেন্দ্ৰীয় মে-ডাম-মে-ফী উৎসৱ

🔹 ছাত্ৰ-ছাত্ৰীৰ মাজত পৰম্পৰাগত খেল-ধেমালি, বিয়ানাম প্ৰতিযোগিতা নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : ইতিহাসৰ পাতনিত সোণালী স্বাক্ষৰ বহন কৰি অহা আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালৰে পৰা স্বদেশ, স্ব-জাতিৰ কল্যাণার্থে তাই আহোমসকলে অতি শ্ৰদ্ধাৰে পালন কৰি…

ফৰেনছিক ছায়েঞ্চ সঞ্চালকালয়ত পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ ফেব্রুৱাৰী অসম লোকসেৱা আয়োগে ফৰেনছিক ছায়েঞ্চ সঞ্চালকালয়ত খালী হোৱা ৬টা পদৰ বাবে আবেদন আহ্বান কৰিছে৷

নাহেন্দ্ৰ পাদুনলৈ অসম কবি সমাজৰ কবি কেশৱ মহন্ত বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ অসম কবি সমাজে ২০২৪ চনৰ বিভিন্ন কাব্য-বঁটাৰ বাবে নিৰ্বাচিত কবিৰ নাম ঘোষণা কৰিছে। এইবাৰ কবি কেশৱ মহন্ত বঁটা আগবঢ়োৱা হৈছে পঞ্চাশৰ দশকৰ কবি সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনলৈ। কেশৱ মহন্ত ন্যাসৰ সৌজন্যত…

সুকন্যা : ক’লা চাউলৰ খাদ্য প্রস্তুতেৰে স্বাৱলম্বী কেয়া দাস চৌধুৰী

উৎপল কুমাৰ কলিতা অসমৰ কৃষি অর্থনীতিৰ এক নতুন সংযোজন ক’লা চাউলৰ খাদ্য প্রস্তুতিক এক নতুন মাত্রা প্রদান কৰি উদ্যোগৰ ৰূপ দিবলৈ সক্ষম হৈছে এগৰাকী অসমৰ বোৱাৰীয়ে৷ তেওঁ ক’লা চাউলৰ পৰা বিভিন্ন সামগ্রী প্রস্তুত কৰি ইতিমধ্যে সেইবোৰ…

সুকন্যা : আইতা হোটেলেৰে স্বাৱলম্বী তিনিচুকীয়াৰ অমি গগৈ

অলকানন্দা শ্রীকুমাৰী কাকতি জীৱন পৰিণামৰ চক্র বিঘূর্ণিত৷ কৌশোৰ, শৈশৱ, যৌৱন, বার্ধক্য এই তাৰ পৰিণাম৷ জীৱনৰ হৃদয়ত আছে বৈচিত্র্যময় ৰূপ৷ নৱ নৱ সম্ভাৱনাৰ শতদল এই সম্ভাৱনা নথকা হ’লে মানুহ হ’লহেঁতেন জড় পদার্থ৷ মানুহৰ জীৱন হ’লহেঁতেন গতানুগতিক,…

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ জানুৱাৰী ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন জলবায়ু পৰিৱর্তন মন্ত্রণালয়ত চুক্তি ভিত্তিত ২২টা সহযোগী (আইনী) পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷

ঢেকীয়াজুলিত ষষ্ঠ অসম মাষ্টাৰ্ছ গেমছ আৰম্ভ

🔹 খেলপথাৰতে নাচি-বাগি আনন্দত আত্মহাৰা দুৰন্ত তৰুণ ককা-আইতা বিশেষ বাৰ্তা, ৩০ জানুৱাৰী : ঢেকীয়াজুলিত অনুষ্ঠিত ৬ষ্ঠ অসম মাষ্টাৰ্ছ গেমছত ৭০/৭৫ বছৰীয়া ককা-আইতাই অংশগ্ৰহণ কৰি জীৱনৰ ছন্দ ঘূৰাই পাইছে৷ খেলপথাৰতে দুৰন্ত তৰুণ ককা-আইতাই নাচি-বাগি…

মেয়ৰত বিজেপিৰ বৃহৎ জয় : মুখথেকেচা আপ, কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ চণ্ডীগড় পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে আম আদমী পাৰ্টী আৰু কংগ্ৰেছ। মেয়ৰ নিৰ্বাচনত বিজেপিৰ হৰপ্ৰীত কৌৰ বাবলাৰ জয়। নিৰ্বাচনত ক্ৰছ ভোটদান কৰিছে আম আদমী পাৰ্টী আৰু…

ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনত ৪১১টা পদৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১১ মার্চ ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনত খালী হোৱা ৪১১টা মাল্টি স্কিলড ৱর্কাৰ (এমএছডব্লিউ) পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷