জীৱন বীমাৰ এক কোটি টকাৰ লোভত ভগ্নীক হত্যা
🔹 আৰক্ষীৰ জালত ককায়েক
নিউজ ডেস্ক, ৩১ জানুৱাৰী : ভগ্ণীৰ মৃত্যু হ’লে পাব ১ কোটি টকাৰ জীৱন বীমা৷ এই ধনৰ লোভত নিজৰ ভগ্ণীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিল ককায়েকৰ বিৰুদ্ধে৷ চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে অন্ধ্রপ্রদেশৰ প্রকাশম জিলাৰ প’ডিলি…