নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

PM MODI

দিছপুৰৰ পৰামৰ্শত পিএমঅ’য়ে বাতিল কৰিলে মোদীৰ গুৱাহাটী ভ্ৰমণ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে ‘খেলো ইণ্ডিয়া’ ৰ উদ্বোধনী অনুষ্ঠানত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী ভ্ৰমণ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷…

২০১৯ ত ‘মন কি বাত’ অনুষ্ঠানত মোদীয়ে সৰ্বাধিক ব্যৱহাৰ কৰা শব্দটো কি জানেনে ?

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ নৱবৰ্ষলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী । সকলোৱে ইতিমধ্যে ব্যস্ত হৈ পৰিছে পুৰণিক বিদায় দি নতুনক আদৰিবলৈ । ইয়াৰ থিক ব্যতিক্ৰম নহয় ৰাজনৈতিক নেতাসকলো । পিচে ২০১৯ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া…

এই বৰ্ষৰ অন্তিমটো ‘মন কি বাত’ত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেওবাৰে অংশ লয় এই বৰ্ষৰ অন্তিমটো 'মন কি বাত' আনুষ্ঠানত । এই অনুষ্ঠানত মোদীয়ে থলুৱা শিল্পীৰ সমর্থন কৰাৰ বাবে স্থানীয় পণ্য কিনাৰ ওপৰত জোৰ দিয়ে । লগতে দক্ষতা উন্নয়ন আৰু কর্মসংস্থানৰ…

অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূর্তি উন্মোচন কৰিব প্রধানমন্ত্রী মোদীয়ে

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বুধবাৰে লক্ষ্ণৌৰ লোকভৱনত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূর্তি উন্মোচন কৰিব। এই অনুষ্ঠানটি ভাৰতীয় জনতা পার্টিৰ (বিজেপি) সহ-প্রতিষ্ঠাতা অটল বিহাৰী বাজপেয়ীৰ…

ব্ৰীকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিললৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

নিউজ ডেস্ক, 12 নৱেম্বৰঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদনীয়া কাৰ্যসূচীৰে ১১ সংখ্যক ব্ৰীকছ সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ ব্ৰাজিলৈ ৰাওনা হৈছে। ব্ৰীকছ শিখৰ সন্মিলন ১৩-১৪ নৱেম্বৰলৈকে ব্ৰাজিলত আয়োজন কৰা হৈছে । এইবাৰ ব্ৰীকছ সন্মিলনৰ মুখ্য বিষয় হৈছে…