নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ আটাইতকৈ সস্তা বাইক! মাইলেজ প্ৰায় ৯০ কিঃমিঃ, আজিয়ে আপোন কৰক…

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে সকলোৱে এতিয়া চিন্তিত। সকলোৱে এখন বাইক বিচাৰে যিয়ে কম তেল খাব আৰু অধিক চলিব। পিছে আপুনি যদি এখন নতুন বাইক ক্ৰয় কৰিব বিচাৰিছে, তেনেহ’লে অধিক মাইলেজ দিয়া এইখন বাইক ল’ব পাৰে। যাৰ মূল্য 50,000 টকাতকৈও কম।

এই বাইকখনক ভাৰতৰ সকলোতকৈ সস্তীয়া বাইক বুলি কোৱাটো কোনো ভুল কোৱা নহব। বাইকখনৰ নাম বাজাজ চিটি১০০ (Bajaj CT100) । এইখন দেশৰ সৰ্বাধিক মাইলেজ দিয়া বাইক।

Bajaj CT100: বাইকখনত আছে ১০.৫ লিটাৰ ইন্ধন টেংক। বাইকখনে প্ৰতি লিটাৰত ৮৯.৫ কিলোমিটাৰ মাইলেজ দিয়ে। ইয়াত BS6 প্ৰণালীৰ সৈতে ১০২ চিচি ইঞ্জিন আছে।

 

 

You might also like