কিয় মহিলাসকলে কম বয়সীয়া পুৰুষৰ প্ৰতি আকৰ্ষিত হয় …
জীৱনৰ এটা সময়ত মহিলাসকলে এনে এজন ব্যক্তিবিচাৰে যি তেওঁলোকক সমৃদ্ধ কৰিব উত্তেজনা আৰু উদ্মাদনাৰে । এক অধ্যয়নে জানিবলৈ দিছে যে একাংশ মহিলাৰ প্ৰথম পচণ্ড হৈছে কম বয়সীয়া পুৰুষ । কিন্তু কিয় কম বয়সীয়া পুৰুষক একাংশই মহিলাই ভাল পায় জানো আহক । অধ্যয়নে কৈছে আকৰ্ষণীয় শৰীৰৰ বাবে বহু মহিলাই কম বয়সীয়া পুৰুষক পচণ্ড কৰে ।ইয়াৰোপৰি মহিলাগৰাকী ডাঙৰ আৰু অভিজ্ঞ হোৱা বাবে সম্পৰ্কত উত্তেজনা আৰু সম্পৰ্কৰ উত্থান -পতনৰ বিষয়ে শিকাব পাৰে । নিজতকৈ কম বয়সৰ পুৰুষৰ সৈতে সম্পৰ্ক কৰিলে মহিলাসকল অধিক আত্মবিশ্বাসী হয় ।