নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ সোমবাৰে বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । এই চুক্তিয়ে অসমক চিৰদিনৰ বাবে অখণ্ড কৰি ৰাখিব বুলিও কয় অমিত শ্বাহে । ৩০ জানুৱাৰীত ১৩০ টা অস্ত্ৰৰে সৈতে ১৫৫০ গৰাকী এনডিএফবি কেডাৰে আত্মসমৰ্পণ কৰিব বুলিও নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰে অমিত শ্বাহে ।
Home Minister Amit Shah on agreement with National Democratic Front of Bodoland factions: 1550 cadres along with 130 weapons will surrender on 30th January. As the Home Minister, I want to assure all representatives that all promises will be fulfilled in a time-bound manner. pic.twitter.com/PNDGYFdyYZ
— ANI (@ANI) January 27, 2020