নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মন্ত্ৰীসভাৰ ২ মন্ত্ৰীৰ দপ্তৰ সলনি

📌 অসম মন্ত্ৰীসভাৰ ২ মন্ত্ৰীৰ দপ্তৰ সলনি।
📌 ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুই মন্ত্ৰীৰ দপ্তৰৰ সালসলনি।
📌 যোগেন মহনক MINES & MINERALSৰ অতিৰিক্ত দায়িত্ব
📌 নন্দিতা গাৰ্লোচাক ক্ৰীড়া আৰু যুৱ কল্যাণৰ অতিৰিক্ত দায়িত্ব
📌 নন্দিতা গাৰ্লোচাৰ পৰা কৰ্তন MINES & MINERALS দপ্তৰ
📌 যোগেন মহনৰ দায়িত্বত আছে ৰাজহ-দুৰ্যোগ প্ৰশমন
📌 পাৰ্বত্য অঞ্চল উন্নয়নৰ দায়িত্বতো আছে যোগেন মহন।

 

You might also like