নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

বিশেষ বাৰ্তা, ১৬ জুনঃ আজি পুৱাৰ ভাগতে এক মৃদু ভূমিকম্পই জোকাৰি গল ৰাজ্যবাসীক। পুৱা ১০.১৭ বাজত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানত ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ খবৰ পোৱা গৈছে। ইফালে ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।

You might also like