নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ আগষ্ট, শাওণ মাহৰ ২২ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা সপ্তমী, নক্ষত্র : অশ্বিনী, যাত্রা : শুভ

মেষ : সামাজিক সুনাম হানি হোৱাৰ আশংকা ৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে ৷ বিদ্যাত শুভ ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২ ৷
বৃষ : স্বাধীন ব্যৱসায়ত সফলতা লাভ কৰিব ৷ ঘৰুৱা দিশত ভাতৃৰ লগত মতবিৰোধে দেখা দিব ৷ বিবাহ হ’ব পাৰে ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ১ ৷
মিথুন : আর্থিক ক্ষেত্রত বন্ধুৰ পৰা সহায় লাভ হ’ব ৷ আত্মীয়ৰ দুঃসংবাদত মন বেয়া হ’ব পাৰে ৷ প্রেমত আনন্দ ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬ ৷
কর্কট : ব্যৱসায়ত পৰিৱর্তন আহিব ৷ আয় অনুপাতে ব্যয় বৃদ্ধি পাব ৷ সামাজিক কামত যশ বৃদ্ধি পাব ৷ প্রেমত জটিলতা ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩ ৷
সিংহ : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে ৷ কর্মত মন চঞ্চল হ’ব ৷ দাম্পত্যত মধ্যম ৷ ভ্রমণ নকৰাই ভাল ৷ বিদ্যাত জটিলতা ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯ ৷
কন্যা : ব্যৱসায়িক দিশত জটিল কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ আর্থিকত চিন্তা ৷ বিদ্যাত মনোযোগ দিয়ক ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪ ৷
তুলা : অংশীদাৰী ব্যৱসায়ত লাভৱান হ’ব ৷ প্রেমত নতুন যোগাযোগে আনন্দ দিব ৷ ঘৰুৱা অশান্তি বৃদ্ধি পাব ৷ বিদ্যাত শুভ ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭ ৷
বৃশ্চিক : আর্থিক খৰচৰ মাত্রা বৃদ্ধি পাব ৷ অৱসৰপ্রাপ্ত চাকৰিয়ালসকলে নতুন কামৰ সন্ধান পাব ৷ প্রেমত সফলতা ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭ ৷
ধনু : ব্যৱসায়–বাণিজ্যিক ক্ষেত্রত নতুন যোগাযোগ ৷ মাটি–বাৰীৰ পুৰণা সমস্যা সমাধান হ’ব ৷ প্রেমত শুভ ৷ শুভ ৰং বগা, শুভ সংখ্যা ১ ৷
মকৰ : ব্যৱসায়িক দিশত আর্থিক সমস্যাত পৰিব ৷ কর্মক্ষেত্রত মানসিক অশান্তি বৃদ্ধি পাব ৷ সন্তানৰ বাবে শুভ ৷ প্রেমত বুজাবুজি ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬ ৷
কুম্ভ : আর্থিক দিশত জটিলতা নাই ৷ আয় বৃদ্ধিৰ কাৰকতা ৷ বিদ্যাৰ ক্ষেত্রত যশ বৃদ্ধিৰ কাৰক ৷ সৰু–সুৰা ৰোগত দেহ কষ্ট পাব ৷ শুভ ৰং বগা, শুভ সংখ্যা ৭ ৷
মীন : যান–বাহনৰ ব্যৱসায় কৰাসকলৰ অর্থলাভৰ যোগ ৷ পাৰিবাৰিক শুভ ৷ প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২ ৷

You might also like