আজি ১২ মার্চ, ফাগুন মাহৰ ২৭ তাৰিখ
বুধবাৰ : তিথি– শুক্লা ত্রয়োদশী, নক্ষত্র : মঘা, যাত্রা : নাই
মেষ : ব্যৱসায় ক্ষেত্রত খৰচ বৃদ্ধি৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পৰে৷ কামৰ চাপ বৃদ্ধি হ’ব৷ স্ত্রীৰ লগত অলপ বিবাদ হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
বৃষ : নতুন গৃহ নির্মাণ হোৱাৰ সম্ভাৱনা৷ চাকৰিৰ উন্নতিৰ সুযোগ আহিব পাৰে৷ অন্য লোকৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে৷ প্রেমত বাধা আহিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
মিথুন : আর্থিক দিশত অশান্তি হ’ব পাৰে৷ অতিৰিক্ত অর্থ লাভৰ আশাত সমস্যা সৃষ্টি কৰিব৷ বিজ্ঞান চর্চাই অগ্রগতিৰ সম্ভাৱনা দেখা যাব৷ শত্রুৰ পৰা সাৱধানে থাকক৷ শুভ ৰং ছাই৷ শুভ সংখ্যা ৫৷
কর্কট : পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ উচ্চ শিক্ষাৰ শুভ ফল৷ ব্যৱসায় দিশত অশান্তি হ’ব পাৰে৷ বন্ধুৰ ভুলৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷
সিংহ : সম্পত্তিৰ অধিকাৰক লৈ বিবাদ হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্য দিশত ভাল যোগাযোগ আহিব পাৰে৷ ভুলৰ বাবে কামৰ ক্ষতি হোৱাৰ সম্ভাৱনা৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷
কন্যা : স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত সমস্যা হ’ব পাৰে৷ আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়৷ আর্থিক দিশত আয় বৃদ্ধি হোৱাৰ যোগ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷
তুলা : চাকৰিৰ স্থান সলনি হ’ব পাৰে৷ পৰাপক্ষত টকা–পইচাৰ লেনদেন নিজৰ হাতেৰে কৰক৷ কর্মস্থানত উচ্চপদস্থ ব্যক্তিৰ লগত বিবাদ হ’ব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
বৃশ্চিক : ভ্রমণৰ দিশত শুভ ফল৷ অতিৰিক্ত আৱেগৰ বাবে কামৰ ক্ষতি হ’ব পাৰে৷ উচ্চ শিক্ষাৰ সুযোগ আহিব পাৰে৷ প্রিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৮৷
ধনু : আর্থিক দিশত অশান্তিৰ বাবে ঘৰত চিন্তা বৃদ্ধি৷ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হৈ যাব৷ যিকোনো কাম আৰম্ভ কৰাৰ আগত ডাঙৰৰ পৰামর্শ লৈ লওক৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ২৷
মকৰ : ব্যৱসায় ক্ষেত্রত খৰচ বৃদ্ধি৷ প্রিয়জনৰ বাবে ঘৰত বিবাদ হ’ব পাৰে৷ মা–দেউতাৰ শৰীৰক লৈ চিন্তা বাঢ়িব৷ শত্রুৰ পৰা সাৱধানে থাকক৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷
কুম্ভ : বিদ্যার্থীসকলৰ বাবে ভাল সুযোগ আহিব পাৰে৷ কর্মক্ষেত্রত উন্নতিৰ যোগ দেখা যায়৷ ভাতৃ বিবাদ বাঢ়িব পাৰে৷ মানসিকভাৱে চাপ বৃদ্ধি৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ১৷
মীন : সন্তানৰ ব্যৱহাৰৰ বাবে মানসিকভাৱে চাপ বৃদ্ধি৷ কর্মস্থানত বহু দিনৰ পিছত নিজৰ প্রতিভাৰ প্রকাশ ঘটিব পাৰে৷ ব্যৱসায় ক্ষেত্রত শুভ ফল৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৯৷