নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকট বিতৰণক লৈ ধনৰ লেনদেন, দলীয় কৰ্মীৰ ক্ষোভৰ সন্মুখীন হোৱাৰ ভয়তে ৰাজীৱ ভৱনত ভৰি থব পৰা নাই সভাপতি মাধৱ ৰাজবংশীয়ে

নিয়মীয়া বার্তা ডিজিটেল, 16 এপ্রিল: পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বিপৰীতে দৰঙত অন্তৰ্কন্দলত জৰ্জৰিত কংগ্ৰেছ। টিকট বিতৰণক লৈ ধনৰ লেনদেনৰ অভিযোগ সভাপতি মাধৱ ৰাজবংশীৰ বিৰুদ্ধে। দলীয় কৰ্মীৰ ক্ষোভৰ সন্মুখীন হোৱাৰ ভয়তে ৰাজীৱ ভৱনত ভৰি থব পৰা নাই সভাপতি মাধৱ ৰাজবংশীয়ে।

You might also like