নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৈশ ক্লাব–বিউটী পার্লাৰ–চেলুন বন্ধৰ নির্দেশ গৃহ বিভাগৰ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বুধবাৰে এক নির্দেশযোগে প্রতিখন জিলাৰ উপায়ুক্তক সকলো ধৰণৰ সুৰাৰ বাৰ, নৈশ ক্লাব, বিউটী পার্লাৰ, ইউনিছেক্স চেলুনসমূহ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ নির্দেশ দিছে ৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব সীমান্ত কুমাৰ দাসে এক নির্দেশযোগে সেই নিষেধাজ্ঞা আৰোপ কৰে ৷

You might also like