নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৬ মে’, জেঠ মাহৰ ১১ তাৰিখ
সোমবাৰ : তিথি– কৃষ্ণা চতুর্দশী, নক্ষত্র : ভৰণী, যাত্রা : নাই

মেষ : কর্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব৷ শত্রুৰ পৰাক্রম কমিব৷ ভ্রমণৰ ফলত আনন্দ৷ নিবনুৱাৰ কর্মসংস্থানৰ কিছু আশা আছে৷ বিদ্যাত ভালেই দেখা যায়৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷

বৃষ : কর্মক্ষেত্রত কোনো নভবা প্রংসগই আমনি দিব পাৰে৷ মানসিক দিশত জেদ আগ্রহ হ’ব৷ বিদ্যাত চেষ্টাত সুফল পাব৷ ব্যৱসায়ীসকলৰ নতুন সুযোগৰ আশা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷

মিথুন : অস্থিৰতা পাৰিলে বর্জন কৰক৷ শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি৷ অৱশ্যে দুই–এক সম্ভাব্য যোগাযোগত মিশ্রিত আনন্দ পাব৷ ঘৰুৱা চিন্তা থাকিব৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৮৷

কর্কট : কর্মক্ষেত্রত উৎসাহ লাভ৷ কোনো আত্মীয়ৰ পৰা সু-সংবাদ পাব পাৰে৷ প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃত হ’ব পাৰে৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৭৷

সিংহ : উৎসাহপূর্ণ সংবাদ৷ মুকলি পৰিৱেশ৷ ঘৰুৱাতো ভালেই৷ সন্তান-সন্ততিৰ লগত মিলি ভাল পাব৷ কর্মস্থানত বাধা কম৷ আর্থিকত নতুন সুযোগ আশা৷ বন্ধুৰ পৰা সুখ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৯৷

কন্যা : মজলীয়া ফল৷ বাঞ্ছিত কর্মত কিছু অগ্রগতি৷ ভাই–ভনীৰ বা মনত কষ্ট পোৱাৰ সম্ভাৱনা৷ বাকী বিষয়ত ভালেই৷ দূৰ ভ্রমণ স্থগিত ৰাখক৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷

তুলা : শাৰীৰিক কিছু উন্নতি৷ যোগ্য ব্যক্তিৰ মান–সন্মান প্রাপ্তিৰ মৃদু আভাস৷ কর্মক্ষেত্রত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷

বৃশ্চিক : পঢ়াত মধ্যম ফল পাব৷ কর্মস্থানত ভালেই দেখা যায়৷ স্বজ্ঞাতিক কামত ব্যৱহাৰ কৰিলে উপকৃত হ’ব৷ আর্থিকত ব্যয়৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৮৷

ধনু : ব্যৱহাৰিক ক্ষেত্রত আপোনাৰ দক্ষতা থাকিব৷ আত্মীয়ৰ বাবে কিছু দুর্ভাৱনা থাকিব৷ বাকী দিশ মোটামুটি ভালেই দেখা যায়৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷

মকৰ : পূর্বৰ দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ৷ কোন কর্মৰ ফলস্বৰূপে মনত শান্তি আহিব৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৫৷

কুম্ভ : বন্ধুবর্গৰ উৎসাহ পাব৷ বুদ্ধিজীৱীৰ তথা সংস্কৃতিপ্রেমীৰ অনুকূল৷ বিদ্যাত বেয়া নহ’ব৷ কোনোৱে আকস্মিক চিন্তাত পৰিব পাৰে৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৭৷

মীন : সন্তানৰ বাবে সুখ৷ ঘৰুৱা কাম–কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে৷ ধনপ্রাপ্তিৰ আশা৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷

You might also like