নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ ছেপ্টেম্বৰত বিশ্বনাথত বৃহৎ উচ্ছেদ অভিযান চৰকাৰৰ

বিশ্বনাথৰ নিজ বাঘমাৰীত অহা ৭ ছেপ্টেম্বৰত চলিব বৃহৎ উচ্ছেদ অভিযান৷ VGR ভূমিত বেদখল কৰি থকা ৪৩৩টা পৰিয়ালক কৰা হ’ব উচ্ছেদ৷

ইতিমধ্যে ১৫ দিনৰ ভিতৰত বেদখলকাৰীসকলক বেদখলকৃত ভূমি এৰি যাবলৈ দিয়া হৈছিল নিৰ্দেশ৷

উচ্ছেদৰ দিনা উচ্ছেদ স্থলীৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰা লোক আৰু যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে৷

Niyomiya Barta Desk, 2 September

You might also like