নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্যামকানু মহন্তৰ বিৰুদ্ধে নামতি থানাত এজাহাৰ দাখিল

নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে নামতি থানাত এজাহাৰ দাখিল

প্ৰাক্তন আছু নেতা, যুৱ সমাজকৰ্মী প্ৰভাকৰ ফুকনে দাখিল কৰিছে এই এজাহাৰ

নামতিৰ ৰজাবাৰী গাঁৱৰ বাসিন্দা প্ৰভাকৰ ফুকনে নামতি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি জিলা আৰক্ষী অধীক্ষকলৈ প্ৰৰণ কৰিছে এজাহাৰখন

হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ আকস্মিক বিয়োগক লৈ ম্ৰিয়মাণ ৰাজ্যবাসী

জুবিনৰ মৃত্যুক সহজে মানি লব পৰা নাই ৰাজ্যবাসীয়ে

নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰি দাখিল কৰিছে এজাহাৰ

নিয়মীয়া বাৰ্তা ডেস্ক, ২০ ছেপ্টেম্বৰ

You might also like