নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ‍্যামকানু মহন্তৰ বিৰুদ্ধে লাহোৱাল থানাত এজাহাৰ দাখিল জুবিন অনুৰাগীৰ

জুবিন গাৰ্গৰ মৃত্যুক সহজভাৱে লব পৰা নাই অনুৰাগীয়ে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ গুৰি ধৰোঁতা শ‍্যামকানু মহন্তৰ বিৰুদ্ধে লাহোৱাল থানাত এজাহাৰ দাখিল জুবিন অনুৰাগীৰ।

ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিবেশন কৰিবলৈ গৈ অকাল মৃত‍্যু হোৱা জুবিন গাৰ্গৰ মৃত্যুক সহজভাৱে নলয় লাহোৱালৰ ৰাইজে।

শ‍্যামকানু মহন্তই সংস্কৃতিৰ নামত বেপাৰ কৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ নাম লৈ বহিৰাষ্ট্ৰত অসমৰ এটা সত্তাক শেষ কৰি পেলালে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২০ ছেপ্টেম্বৰ

You might also like