নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BTC Elelection Poll : ১১.৩০ বজালৈ তামুলপুৰৰ ভোটদানৰ হাৰ

পূৰ্ণগতিত চলি আছে বিটিচি নিৰ্বাচনৰ ভোটদান। যদিও জুবিনৰ মৃত্যুৱে ইয়াৰ পৰিৱেশ সেমেকা কৰি তুলিছে। বৰ্তমানলৈ প্ৰাপ্ত তথ্য অনুসৰি-

তামুলপুৰত জিলাত ১১:৩০ বজালৈ ভোটদানৰ হাৰ

  • ২৬নং- দৰঙাজুলি : ৩৩.৮%

  • ২৭নং- নাগ্ৰীজুলি : ২৬.৬৫%

  • ২৮নং- গয়বাৰী : ৩৩.৬%

  • ২৯নং- শুক্লাই চেৰফাং : ২৯.১৫%

  • ৩০নং- গোৰেশ্বৰ : ৩০.৫০%

নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ, ২২ ছেপ্টেম্বৰ

You might also like