নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলপুৰত ভোটাধিকাৰ সাব্যস্ত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ

মুছলপুৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই।

মুছলপুৰ মজলীয়া বিদ্যালয় ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ।

ৰাইজৰ সৈতে শাৰি ভোট দিলে ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই।

পত্নী, পুত্ৰসহ ভোটাধিকাৰ সাব্যস্ত কৰি ৰাকেশ ব্ৰহ্মই জনালে মনৰ অনুভৱ।

আজিৰ দিনটো শান্তিপূৰ্ণভাৱে পাৰ হোৱাটো বিচাৰে প্ৰাৰ্থীগৰাকীয়ে।

নিয়মীয়া বাৰ্তা, বৰমা, ২২ ছেপ্টেম্বৰ

You might also like