নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BTC নিৰ্বাচন ২০২৫ : বাক্সাত ১১.৩০ বজালৈ ২৩.৯১%ৰ ভোটদান

BTC নিৰ্বাচন ২০২৫ – বাক্সা জিলাৰ ভোটাদানৰ শতাংশ ১১:৩০ বজালৈ

  • মুঠ ভোটদান : ২৩.৯১%

  • মথনগুৰি : ২১.৫১%

  • শালবাৰী : ২৪.১২%

  • কোকলাবাৰী : ২৫.৯০%

  • দিহিৰা : ২৩.৮%

  • মুছলপুৰ : ২৩.৬০%

  • বাগানপৰা : ২৪.৫%

নিয়মীয়া বাৰ্তা ডেস্ক, ২২ ছেপ্টেম্বৰ

You might also like