নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত সংঘটিত শোকাৱহ দুৰ্ঘটনা-ত নিহত সৰবৰহী যুৱক শংকৰ

বকোৰ মেডিকেল চ’কত নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত শংকৰ দাস নামৰ যুৱকজন।

শংকৰ দাসৰ ঘৰ বকোৰ ৰায়পাৰাত। নিশা ঘৰলৈ গৈ থকাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো। শংকৰ দাস বকোৰ বিভিন্ন জাতীয় অনুস্থানৰ সৈতে জড়িত আছিল।

যুৱকজনৰ মৃত্যুত বকো অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ অক্টোবৰ

You might also like