বাংলাদেশত হিন্দু সম্প্ৰদায়ক সুৰক্ষা প্ৰদানৰ দাবীত আজি ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত আমছুৱে এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। হাতে হাতে প্লে-কাৰ্ড লৈ বাংলাদেশ চৰকাৰবিৰোধী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ জুমুঠিও দাহ কৰে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২১ ডিচেম্বৰ