নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়োগ বাৰ্তা : অসম আৰক্ষীত ২,৩৫০টা পদত নিযুক্তিৰ সুযোগ

🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জানুৱাৰী

ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিয়োগ ব’ৰ্ডৰ তৰফৰ পৰা প্রকাশ কৰা বিজ্ঞাপন অনুসৰি অসম আৰক্ষীত ২ সহস্রাধিক পদত প্রার্থী নিযুক্তি দিয়া হ’ব৷

Official website             :       slprbassam.in
Official Recruitment Notification     
For Apply Online         :          Check Here

You might also like