নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

  • চামগুৰি ৰঙাগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন।
  • চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী।
  • ৰঙাগড়াৰ চিমেণ্ট ফেক্টৰীৰ সন্মুখত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
  • AS 12 AF 8550 নম্বৰৰ ক্ৰেটা বাহনৰ খুন্দাত নিহত বাইক আৰোহীজন।
  • নিহত যুৱক জনৰ নাম কাচেম আলী।
  • নিহত কাচেম আলী নামৰ যুৱকজন ঘৰৰ পৰা কামলৈ আহি থকা অৱস্থাতে ৰঙাগড়াত সংঘটিত হয় দুৰ্ঘটনাটো।
  • দুৰ্ঘটনস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ নিহত যুৱক জনক প্ৰেৰণ কৰে NMCHলৈ।

ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী

You might also like