নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়োগ বাৰ্তা : সেনাৰ অগ্নিবীৰত ২৫,০০০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১ এপ্রিল

ভাৰতীয় সেনা অগ্নিবীৰ নিযুক্তি–২০২৬ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে৷ এই নিযুক্তি অভিযানত ভাৰতীয় সেনাই অগ্নিবীৰ জেনেৰেল ডিউটী (জিডি), অগ্নিবীৰ টেকনিকেল, ক্লাক/ষ্টোৰকীপাৰ টেকনিকেল, ট্ৰেডছমেন, ছোল্ডাৰ ফার্মা, ছোল্ডাৰ টেকনিকেল নার্ছিং এছিছষ্টেণ্ট আৰু মহিলা সামৰিক আৰক্ষী আদি পদৰ বাবে অনলাইন আবেদন কৰিব পাৰে৷

You might also like