নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপমুখী তিনি AIUDF বিধায়ক, শীঘ্ৰেই আনুষ্ঠানিক যোগদান

  • এইবাৰ তিনি AIUDF বিধায়কে যোগ দিব অসম গণ পৰিষদত।
  • ইতিমধ্যে AIUDF ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে বিধায়ক কৰিম উদ্দিন বৰভূঞাই।
  • দল এৰিব AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ, নিজামুদ্দিন চৌধুৰীয়ে।
  • অসম গণ পৰিষদলৈ আহিব কংগ্ৰেছী বিধায়ক ছিদ্দিক আহমেদো।
  • দুই এদিনৰ ভিতৰতে হব আনুষ্ঠানিক যোগদান।

ডিজিটেল ডেস্ক, ৫ মাৰ্চ

You might also like