নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰসিং জৰুৱাত মাধৱী দাসক প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত দলটোৱে ধুবুৰীৰ বীৰসিং জৰুৱাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা ধুবুৰী জিলাৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিত বিজেপিয়ে মাধৱী দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো আন এক চমক বুলিয়েই অভিহিত কৰা হৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৯ মাৰ্চ

You might also like