নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছত খহনীয়া অব্যাহত, দিলীপ মৰাণৰ দলত্যাগ

  • আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিপদে লগ নেৰা হৈছে বিৰোধী কংগ্ৰেছক৷
  • প্ৰদেশ কংগ্ৰেছত ধাৰাবাহিক খহনীয়া অব্যাহত আছে৷
  • এইবাৰ কংগ্ৰেছৰ পৰা পদত্যাগ ডুমডুমাৰ প্ৰাক্তন বিধায়ক তথা APCCৰ উপ-সভাপতি দিলীপ মৰাণৰ৷
  • কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব লাভ নকৰাৰ ক্ষোভত দল ত্যাগ দিলীপ মৰাণৰ৷
  • নৱগঠিত মাকুম বিধান সভা সমষ্টিত প্ৰাৰ্থীত্ব বিচাৰিছিল দিলীপ মৰাণে৷

ডিজিটেল ডেস্ক, ২১ মাৰ্চ

You might also like